Month: July 2023

নগাৱঁৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত মোবাইল ফোনৰ গৰাকীৰ ভিৰ

নগাৱঁৰ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত মোবাইল ফোনৰ গৰাকীৰ ভিৰ

চুৰি হোৱা মোবাইল ফোন নিবলৈ আহি গৰাকীয়ে ভিৰ কৰিলেহি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত। নগাঁও আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ তৎপৰতাত ৫ দিনত উদ্ধাৰ হল ২০টা চুৰি হোৱা মোবাইল ফোন। নগাৱঁৰ বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে ২০টা চুৰি হোৱা মোবাইল ফোন। উদ্ধাৰ হোৱা মোবাইল ফোন সমূহ বুধবাৰে নগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত নথি

ধনৰ অভাৱত হিন্দু যুৱকক বহি:ৰাজ্যত দিয়া হ’ল কবৰ..

ধনৰ অভাৱত হিন্দু যুৱকক বহি:ৰাজ্যত দিয়া হ’ল কবৰ..

চাকৰিৰ আশাত বহি:ৰাজ্যলৈ যোৱা জোনাৰামৰ কৰুণ কাহিনী.. যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ পৰা মিঞা খেদাৰ বিষয়ক লৈ বিতৰ্ক হৈছে সেই সময়তেই এজন অসমীয়া হিন্দু যুৱকৰ মৃতদেহ বহিঃ ৰাজ্যত ইছলামধৰ্মীয় পৰম্পৰাৰে দিয়া হ’ল কবৰ। নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ ননৈ পানীগাঁওৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ এই কাহিনীয়ে এতিয়া শোকস্তব্ধ কৰি তুলিছে সকলোকে। ননৈ

স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে বিশ্বনাথৰ পানীভৰাঁলত অসমীয়া যুৱকে

স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে বিশ্বনাথৰ পানীভৰাঁলত অসমীয়া যুৱকে

এতিয়া বৰকৈ চৰ্চা হৈ আছে মিঞাই খেতি কৰে কষ্ট কৰি কাম কৰে ৷এই চৰ্চাৰ সময়তে দেখা গৈছে বিশ্বনাথৰ পানীভৰাঁল গাৱঁৰ নিৱনুৱা যুৱকে প্ৰায় ১০/১২ বিঘা মাটিত কৰি আছে শাক পাছলি৷ জিকা ,লেচেৰা মাহ, তিতা কেৰেলা ,কোমোৰা আদিৰ শাকপাচলি ৷এই নিবনুৱা ৪ যুৱক মানস ভূঞা,গৌতম দাস বড়ো ,হেমন্ত বৰুৱা ,দিলীপ শইকীয়া

মঙলদৈত গণ বিক্ষোভ

মঙলদৈত গণ বিক্ষোভ

মঙলদৈত গণ বিক্ষোভ। অসম চৰকাৰৰ কেবিনেটত প্ৰস্তাৱিত “দৰং লোকসভা” সমষ্টিৰ নাম সলনি কৰি ” ভৈৰৱকুণ্ড কৰাৰ প্ৰতিবাদত এই গণ বিক্ষোভ। দৰং লোকসভা সমষ্টি দাবী সমিতিয়ে এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে। মঙলদৈ জিলা পুথিভঁৰাল কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হোৱা বিক্ষোভ কাৰ্যসূচীত সাহিত্যিক, সমাজসেৱী, ৰাজনৈতিক লোক আৰূ দল-সংগঠনৰ লোকে অংশগ্ৰহণ কৰে। বিক্ষোভ কাৰ্যসূচীৰ

নাজিৰাৰ এটা পথে জলাকলা খোৱাইছে সাধাৰণ জনতাক

নাজিৰাৰ এটা পথে জলাকলা খোৱাইছে সাধাৰণ জনতাক

একৈশ শতিকাতো উন্নয়নৰ মুখ নেদেখা নাজিৰাৰ এটা পথে জলাকলা খুৱাইছে সাধাৰণ জনতাক । নাজিৰা মহকুমাৰ অন্তৰ্গত তথা বৰবৰুৱা পঞ্চায়তৰ অন্তৰ্গত হোলাঙকাটনী গাৱৰ মাজেৰে পাৰ হৈ যোৱা পকনিবাৰী পথটোৱে দৈনিক অহা যোৱা হয় বহুজনৰ । যোৱা কেইদিনত নাজিৰাৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ এই পথটোত হোৱা বানপানীয়ে এক প্ৰকাৰৰ জমৰ যন্ত্ৰনা ভোগাইছে স্থানীয়