ছবিখনৰ নাম ‘জৱান’। হয়, বলীউডৰ কিং খান শ্বাহৰুখ খানৰ বহু চৰ্চিত ছবি ‘জৱান’। নাম ঘোষণাৰ দিনৰ পৰা বৰ্তমানলৈকে ছবিখনক লৈ চৰ্চা সমানেই চলি আছে। শেহতীয়াকৈ ‘জৱান’ৰ এখন প’ষ্টাৰ মুকলি হৈছে। য’ত শ্বাহৰুখ খানে নেতিবাচক চৰিত্ৰত অভিনয় কৰা বিষয়টো প্ৰায় নিশ্চিত হৈছে। আনহাতে, ট্ৰেইলাৰ-প’ষ্টাৰ মুকলি হোৱাৰ পাছৰে পৰাই ছ’চিয়েল মেডিয়াতো খুব
Month: July 2023
শনিবাৰে ডুৰাণ্ড কাপৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় মহানগৰীৰ তাৰকাযুক্ত হোটেল ৰেডিচন ব্লুত। অসম চৰকাৰৰ সহযোগত আৰু সশস্ত্ৰ সেনা বাহিনীৰ উদ্যোগত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ট্ৰফী উন্মোচনী অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ লগতে উপস্থিত থাকে লেফটেনেণ্ট জেনেৰেল ৰাণাপ্ৰতাপ কলিতা।
শনিবাৰৰ নিশা ১ বাজি ৩০ মিনিটত খ্ৰীষ্টানবস্তিত থকা বাৰ্বী হোটেল এণ্ড ফাষ্টফুডত এই ঘটনা ঘটে। জানিব পৰা মতে, এখন মহিন্দ্ৰা থাৰ বাহনেৰে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ উদ্দেশ্যৰে বাৰ্বী হোটেল এণ্ড ফাষ্ট ফুডত ৫ জন যুৱক ৰৈছিল। অভিযোগ অনুসৰি, সুৰামত্ত অৱস্থাত থকা যুৱককেইজনে হোটেলৰ কৰ্মচাৰীয়ে কেৱল মাত্ৰ অসমীয়াত কথা পতাৰ বাবে
বিশাল মেগা মাৰ্টত ম্যাদ উকলি যোৱা খাদ্যৰ পেকেট, প্ৰশাসনে বন্ধ কৰি দিলে সামগ্ৰী বিক্ৰী।
হত্যা-হিংসাৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ মাজতে কালি পুনৰ জ্বলি উঠে মণিপুৰ। কালি ৰাজ্যখনৰ ইম্ফল পশ্চিম জিলাত তিনিখন খালী গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকত অগ্নিসংযোগ কৰে অচিনাক্ত দুষ্কৃতিকাৰীয়ে। কালি দিনৰ ভাগতে মিছাও গেছ এজেন্সীৰ ট্ৰাক কেইখনত অস্ত্ৰধাৰী অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে অগ্নিসংযোগ কৰে। এই ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে চেকামি আৰক্ষীৰ এটা দল আৰু