Advertisement

Month: July 2023

দেশজুৰি চৰ্চা লাভ কৰিছে মুক্তিৰ অপেক্ষাত থকা এই বিশেষ ছবিখনে

দেশজুৰি চৰ্চা লাভ কৰিছে মুক্তিৰ অপেক্ষাত থকা এই বিশেষ ছবিখনে

ছবিখনৰ নাম ‘জৱান’। হয়, বলীউডৰ কিং খান শ্বাহৰুখ খানৰ বহু চৰ্চিত ছবি ‘জৱান’। নাম ঘোষণাৰ দিনৰ পৰা বৰ্তমানলৈকে ছবিখনক লৈ চৰ্চা সমানেই চলি আছে। শেহতীয়াকৈ ‘জৱান’ৰ এখন প’ষ্টাৰ মুকলি হৈছে।

দ্বিতীয়বাৰৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল

দ্বিতীয়বাৰৰ বাবে অসম তথা উত্তৰ পূৰ্বাঞ্চলত অনুষ্ঠিত হ’ব ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল

শনিবাৰে ডুৰাণ্ড কাপৰ ট্ৰফী আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয় মহানগৰীৰ তাৰকাযুক্ত হোটেল ৰেডিচন ব্লুত। অসম চৰকাৰৰ সহযোগত আৰু সশস্ত্ৰ সেনা বাহিনীৰ উদ্যোগত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা। ট্ৰফী উন্মোচনী অনুষ্ঠানত ক্ৰীড়া আৰু

মহানগৰীত অসমীয়াত কথা কোৱা বাবে হোটেল কৰ্মচাৰীক মাৰপিট এদল যুৱকৰ

মহানগৰীত অসমীয়াত কথা কোৱা বাবে হোটেল কৰ্মচাৰীক মাৰপিট এদল যুৱকৰ

শনিবাৰৰ নিশা ১ বাজি ৩০ মিনিটত খ্ৰীষ্টানবস্তিত থকা বাৰ্বী হোটেল এণ্ড ফাষ্টফুডত এই ঘটনা ঘটে। জানিব পৰা মতে, এখন মহিন্দ্ৰা থাৰ বাহনেৰে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ উদ্দেশ্যৰে বাৰ্বী হোটেল এণ্ড

মণিপুৰত গেছ চিলিণ্ডাৰ ভৰ্তি তিনি ট্ৰাকত অগ্নিসংযোগ; মহিলাক গুলীয়াই হত্যা

মণিপুৰত গেছ চিলিণ্ডাৰ ভৰ্তি তিনি ট্ৰাকত অগ্নিসংযোগ; মহিলাক গুলীয়াই হত্যা

হত্যা-হিংসাৰ এই অগ্নিগৰ্ভৰ পৰিস্থিতিৰ মাজতে কালি পুনৰ জ্বলি উঠে মণিপুৰ। কালি ৰাজ্যখনৰ ইম্ফল পশ্চিম জিলাত তিনিখন খালী গেছ চিলিণ্ডাৰ ভৰ্তি ট্ৰাকত অগ্নিসংযোগ কৰে অচিনাক্ত দুষ্কৃতিকাৰীয়ে। কালি দিনৰ ভাগতে মিছাও গেছ