গুৱাহাটী, ১৫ জুলাই ২০২৩ গুৱাহাটীৰ চাইকেল মেয়ৰ তথা সহ-প্ৰতিষ্ঠাপকৰ লগতে পেডেল ফৰ এ চেঞ্জৰ পৰিচালন সঞ্চালক আৰ্শ্বেল আখতেৰে ২০২৩ চনৰ ১৩ জুনৰ পৰা ৯ জুলাইলৈ অসমৰ একক চাইকেল ট্যুৰ হাতত লৈছিল।এই ২৭ দিনত তেওঁ ২৭খন জিলাৰ মাজেৰে চাইকেল চলাইছিল অসমৰ ১৯৭৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি। তেওঁৰ ভ্ৰমণৰ উদ্দেশ্য আছিল পথ
Month: July 2023
নিউজ ব্যুৰ’,নগাঁও,১৪ জুলাই : শুক্ৰবাৰে “এখুদ ককাইদেউ” খ্যাত কবি নৱকান্ত বৰুৱাৰ ২১সংখ্যক মৃত্যু দিৱস । এই বিশেষ দিনটোতে কবিগৰাকীৰ সোৱঁৰণত পূৰ্বৰ দৰেই বিয়লি নগাঁও চহৰৰ কলঙৰ “দলঙত কবিতা” শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয় । এই বিশেষ অনুষ্ঠানতে কবি নৱকান্ত বৰুৱাকে প্ৰমুখ্য কৰি সকলো প্ৰয়াত কবিক স্মৰণ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা
নিউজ ব্যুৰ’,নগাঁও,১৫জুলাই:–“১৯৪৪ চনৰ ১৩ এপ্ৰিলত নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ ২নং গেদাৰবড়ি গাঁৱত জন্মগ্ৰহণ কৰা শিক্ষাবিদ জোনাৰাম বৰা এগৰাকী বিদ্বান লোক আছিল । বিগত বৰ্ষৰ ১৬ জুলাইত ৭৮ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা জোনাৰাম বৰাই বহু কেইবাখনো হাইস্কুল প্ৰতিষ্ঠা কৰি বেতন নোলোৱাকৈয়ে শিক্ষাদান কৰি শেষত ডিমৰুগুৰি হাইস্কুলৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। আনহাতে
গাখীৰক ‘সম্পূৰ্ণ আহাৰ’ বুলি গণ্য কৰা হৈছে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, যদি আপুনি কোনো কাৰণত আহাৰ গ্ৰহণ কৰিব পৰা নাই, তেন্তে আপুনি এগিলাচ গাখীৰ খাই আহাৰৰ ঠাই পূৰণ কৰিব পাৰে।কিন্তু দিনৰ সলনি ৰাতি গাখীৰ খাই শুলে ই শৰীৰক বহুখিনি উপকাৰ কৰে।ৰাতি গাখীৰ খোৱাৰ উপকাৰিতাৰ বিষয়ে আজি জানো আহক- কেলচিয়ামৰ পৰিপূৰক আমাৰ
মেদবহুলতা বৃদ্ধিৰ ফলত আজিকালি আমাৰ শৰীৰত ৰোগৰ সংখ্যা বহুগুণে বৃদ্ধি পাইছে। ভুল খাদ্যাভ্যাস, অস্বাস্থ্যকৰ জীৱনশৈলী, আনুবংশিক সমস্যা আদিয়েই হৈছে মেদবহুলতাৰ প্ৰধান কাৰণ। মেদবহুলতাও বহু প্ৰকাৰৰ আছে। ইয়াৰ ভিতৰত অন্যতম এক হৈছে পেটৰ মেদবহুলতা। এনে ধৰণৰ মেদবহুলতাৰ বাবে পাকস্থলীত অতিৰিক্ত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে আৰু পাকস্থলীৰ চাৰিওফালে জমা হোৱা চৰ্বিৰ