বহু সময়ত এনেকুৱা হয় যে টিকট বুকিং কৰি যেতিয়া কোনো ব্যক্তিয়ে ষ্টেচনত উপস্থিত হয় তেতিয়া তেওঁ আগতীয়াকৈ গম নাপায় কোন প্লেটফৰ্মত তেওঁৰ ৰেলখন আহিব। এনে পৰিস্থিতিত তেওঁ জানিবলৈ চেষ্টা কৰিব যে তেওঁৰ ৰেলখন কোনটো প্লেটফৰ্মত আহিব, যাতে তেওঁ সময়মতে নিজৰ ৰেলখন ধৰিব পাৰে। কাৰণ দিল্লী, মুম্বাইৰ দৰে চহৰত মূল ৰেল
Month: July 2023
নিৰ্বাচনী হিংসা অতিক্ৰম কৰি পশ্চিমবংগত পুনৰ বিজয় ধ্বজা উৰুৱালে তৃণমূল কংগ্ৰেছে (টিএমচি)। পঞ্চায়ত নিৰ্বাচনীৰ তিনিওটা স্তৰতে সংখ্যাগৰিষ্ঠতা লাভ কৰি অগ্ৰগতিত মমতা বাহিনী। ৰাজ্যখনৰ ৩,৩১৭খন গ্ৰাম পঞ্চায়তৰ ভিতৰত ২,৫৫২খন গ্ৰাম পঞ্চায়ত, ২৩২খন পঞ্চায়ত সমিতি তথা ২০খন জিলা পৰিষদৰ ভিতৰত ১২খন আসনতেই জয় লাভ টি এম চিৰ। আনহাতে ইয়াৰ বিপৰীতে ২১২খন গ্ৰাম
ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ৰেফাৰীৰ শাৰীত এইবাৰ নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ প্ৰেম নাৰ্জাৰীয়ে ৷ সুদক্ষ ফুটবল খেলুৱৈ প্ৰেম নাৰ্জাৰীয়ে অসমৰ হৈ জুনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল টুৰ্নামেণ্টত প্ৰতিনিধিত্ব কৰাৰ পিছত ২০১৬ চনৰ পৰা ফুটবল ৰেফাৰী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে ৷ পৰবৰ্তী সময়ত অসম ফুটবল সন্থাৰ ৰেফাৰী বৰ্ডোৰ ক্লাছ’
পথত খোজ কঢ়াৰ সময়ত নিৰাপদে থাকিবলৈ যান-বাহনৰ নিয়ম মানি চলাটো অতি প্ৰয়োজনীয়। কিন্তু এনে এখন দেশো আছে য’ত ট্ৰেফিক চিগনেল নাই। এনে পৰিস্থিতিত ইয়াত পথ সুৰক্ষা কেনেকুৱা জানো আহক। বিশ্বৰ প্ৰায়বোৰ দেশতে পথত ট্ৰেফিক লাইট পোৱা যাব। যান-বাহনৰ সঠিক ব্যৱস্থাপনাৰ বাবে এই লাইটবোৰ গুৰুত্বপূৰ্ণ। যদি কেতিয়াবা ৰাস্তাৰ ট্ৰেফিক লাইটৰ ক্ষতি
কৰ্ণাটকত অনুষ্ঠিত হোৱা ৪০ সংখ্যক ৰাষ্ট্ৰীয় জুনিয়ৰ কিউৰুগী আৰু ১৩ সংখ্যক ৰাষ্ট্ৰীয় পুমছে’ত উজলি উঠিছে দুই অসম সন্তান। স্তুতি কিংকিনী মজুমদাৰ আৰু টুচনিক ভূঞা । যোৱা ৭ জুলাইৰ পৰা ৯ জুলাইলৈকে কৰ্ণাটকত অনুষ্ঠিত হৈছিল উক্ত প্ৰতিযোগিতাখন। এই প্ৰতিযোগিতাত স্তুতি কিংকিনী মজুমদাৰে একক শাখাত ৰূপৰ পদক পাবলৈ সক্ষম হয়। ইফালে ৰাষ্ট্ৰীয়