Month: July 2023

মৰিগাঁৱত ড্ৰাগছ মাফিয়াক এনকাউন্টাৰ

মৰিগাঁৱত ড্ৰাগছ মাফিয়াক এনকাউন্টাৰ

মৰিগাঁৱত এজন ড্ৰাগছ মাফিয়াক এনকাউন্টাৰ কৰাৰ খবৰ পোৱা গৈছে। ড্ৰাগছ মাফিয়া জন মফিজুল বুলি চিনাক্ত কৰা হৈছে।ড্ৰাগছ মাফিয়া মফিজুললৈ লক্ষ্য কৰি আৰক্ষীয়ে চলাইছিল গুলীচালনা । কিন্ত্ত গুলীচালনা কৰাৰ সময়তে আৰক্ষীৰ পৰা বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰিছিল মফিজুলে।বৰ্তমান আহত হোৱা ড্ৰাগছ মাফিয়া মফিজুলক চিকিৎসাৰ বাবে GMCH লৈ অনা হৈছে। লগতে আৰক্ষীয়ে

হঠাৎ ভূটানে এৰিছে পানী; বঙাইগাঁও চিৰাঙত জলপ্ৰলয়

হঠাৎ ভূটানে এৰিছে পানী; বঙাইগাঁও চিৰাঙত জলপ্ৰলয়

বঙাইগাঁও চিৰাঙত জলপ্ৰলয়! বানপানীৰ কৱলত বঙাইগাঁও জিলাৰ কেইবাখনো গাও। চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা নামি অহা পানীৰ ফলত আইনদীৰ জলস্তৰ বৃদ্ধি হোৱাত প্লাৱিত হৈছে কাকৈজানা গাও পঞ্চায়তৰ অন্তৰ্গত চেচাপানী-বালাজানী, নাচনগুৰী, গাৰুগাও, কুচিয়াকাটা গাও। ৰাতিপুৱাৰ পৰা বাঢ়ি অহা পানীৰ ফলত গাৱখনৰ কেইবাটাও বাসগৃহ জলমগ্ন হৈ পৰে। শতাধিক পৰিয়াল বসবাস কৰা উক্ত গাওখন

“চন্দ্ৰযান-৩” উৎক্ষেপনৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO

“চন্দ্ৰযান-৩” উৎক্ষেপনৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ISRO

অহা ১৪ জুলাইত অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপন কৰা হ’ব চন্দ্ৰযান-৩। চন্দ্ৰযান-২ ৰ তুলনাত এইবাৰ মহাকাশযান খনত সন্নিৱিষ্ট কৰা হৈছে অধিক পৰিমাণৰ ইন্ধন, কেইবাটাও বিফল-নিৰাপদ ব্যৱস্থা (fail-safe measures) আৰু বহল অৱতৰণৰ স্থান। “চন্দ্ৰযান-৩” ৰ সফল অৱতৰণেৰে ভাৰতক চন্দ্ৰপৃষ্ঠত মহাকাশযান অৱতৰণ কৰা পৃথিৱীৰ চতুৰ্থখন দেশ হিচাপে পৰিগণিত কৰাবলৈ ইছৰো এইবাৰ বদ্ধপৰিকৰ।ইয়াৰপূৰ্বে চন্দ্ৰপৃষ্ঠত

১৬ জুলাইত সূৰ্য কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, অতি শুভ বুধাদিত্য ৰাজ যোগ সৃষ্টি হ’ব !

১৬ জুলাইত সূৰ্য কৰ্কট ৰাশিত প্ৰৱেশ কৰিব, অতি শুভ বুধাদিত্য ৰাজ যোগ সৃষ্টি হ’ব !

সূৰ্য ১৬ জুলাইত কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। সূৰ্য পৰৱৰ্তী এমাহৰ বাবে এই ৰাশিত থাকিব। সূৰ্য কৰ্কট ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে, বুধ আৰু সূৰ্য লগ হ’ব। ফলস্বৰূপে, বুধাদিত্য ৰাজা যোগ গঠন হ’ব। ইয়াৰ উপৰিও, সূৰ্য আৰু বৃহস্পতি ইজনে সিজনৰ কেন্দ্ৰত থাকিব। কৰ্কট ৰাশিত সূৰ্যৰ প্ৰস্থানে ৪টা ৰাশিৰ লোকসকলৰ ভাগ্য মুকলি