মৰিগাঁৱৰ ধৰমতুল আৰক্ষীৰ গুলীত গুলীবিদ্ধ হৈছে ড্রাগছ মাফিয়াজন। ঘটনা অনুসৰি মফিজুল হক নামৰ ধৃত ড্রাগছ মাফিয়াজনৰ পৰা আৰক্ষীৰ এছ টি এফৰ এটা দলে জব্দ কৰিছিল ডেৰ কোটি টকাৰ ড্ৰাগছ। ১৪৫ টা বাকচত সৰবৰাহ কৰা ড্ৰাগছখিনিৰ জব্দৰ পাছতেই আৰক্ষীয়ে অভিযুক্তগৰাকীক লৈ অভিযান চলাইছিল। অভিযানকালত আৰক্ষীক আক্ৰমণ কৰি অস্ত্ৰ লৈ পলায়ন কৰাৰ
Month: July 2023
তুলা ৰাশি: আজিৰ দিনটো তুলা ৰাশিৰ জাতক-জাতিকাৰ বাবে এটা বিশেষ দিন হ’ব। নিকট আত্মীয়ৰ আগমনৰ বাবে ঘৰত উৎসাহৰ পৰিৱেশ থাকিব। ধৈৰ্য্য আৰু সংযমেৰে কাম কৰাটো আপোনাৰ বাবে ভাল, সফলতা লাভ কৰিব পাৰিব। দিনটো গায়কসকলৰ বাবে ভাল হ’ব, মানুহে আপোনাৰ যিকোনো গান খুব ভাল পাব। বেংকৰ পৰা ঋণ লোৱাৰ সমস্যাটো আজি
মকৰ ৰাশি: আজিৰ মকৰ ৰাশিৰ বাবে এক মিশ্ৰিত দিন হ’ব। আপোনাৰ বাবে সংগ্ৰামৰ পৰিস্থিতি থাকিব, কিন্তু ধৈৰ্য্য আৰু সংযমেৰে সফলতা লাভ কৰাটো সহজ হৈ পৰিব। বিবাহিত জীৱনত থকা বিবাদ আজি সমাপ্ত হ’ব। দিনটো প্ৰসাধনৰ ব্যৱসায় কৰা লোকসকলৰ বাবে লাভজনক হ’ব। ডিপ্লোমা শিক্ষাৰ্থীসকলে যিকোনো বিষয়ত বন্ধুবৰ্গৰ সহায় ল’ব। আপুনি স্বাস্থ্য সম্পৰ্কীয়
পৌৰাণিক কথা অনুসৰি দক্ষ প্ৰজাপতি নামৰ এজন ব্ৰহ্মাৰ মানস পুত্ৰ আছিল।তেওঁ হিমালয়ৰ কাশ্মিৰ প্ৰাদদেশত ৰজা হৈ ৰাজ্যভাৰ চলাইছিল।দক্ষ প্ৰজাপতি এজন মহাপ্ৰতাপী, প্ৰবল ক্ষমতাশালী আৰু অহংকাৰী ৰজা আছিল।তেওঁক দেৱতাসকলৰো ৰজা হিচাপে জ্ঞান কৰা হৈছিল।ৰজা দক্ষৰ দুগৰাকী পত্নী আছিল প্ৰসূতি আৰু বিৰণী নামেৰে।প্ৰসূতিৰ পৰা দক্ষৰ ২৪ গৰাকী কন্যা,আৰু বিৰণীৰ পৰা ৬০ গৰাকী
শিৱমন্দিৰ গলে ভক্তগণে শিৱলিঙ্গত প্ৰায়ে গাখীৰ ঢালে। বিশেষকৈ শাওনৰ সোমবাৰ কেইটাত প্ৰায় সকলোৱে শিৱলিঙ্গত গাখীৰ ঢালি সেৱা লয় ( Religious Studies )। এই নিয়ম এতিয়াৰ নহয়, বহু হাজাৰ বছৰ আগৰে পৰা এনে ৰীতি নীতিৰে ভগৱান শিৱৰ চৰণত সেৱা লৈ অহা হৈছে। ইয়াৰ কাৰণসমূহ আপুনি জানেনে….. বিষ্ণু পুৰাণ অনুসৰি যেতিয়া অমৃত