বিহালীত বৰজাৰণীত দীঘদিন ধৰি ছাগলী চুৰে আতংক সৃষ্টি কৰি অহাৰ সময়তে তিনিসুটি আৰক্ষীৰ আটক কৰিলে চাৰি তাকৈ চোৰক । তিনিসুটি আৰক্ষীৰ সাফল্য । দীৰ্ঘ দিন ধৰি ছাগলী চুৰ কৰি আতংক সৃষ্টি কৰা চাৰিটাকৈ চুৰ ক আটক তিনিসুটি আৰক্ষীৰ । আজি তিনিসুটি আৰক্ষীয়ে এক বিশেষ সূত্ৰে পম খেদি নাকাচেকিং কৰি থকাৰ
Month: July 2023
বিহালী চেৰেলীয়া গাওঁ পঞ্চায়তে পদক্ষেপ গ্ৰহণ নকৰাৰ বাবে ১৫ দিন ধৰি বিহালীত এটা পৰিয়ালে প্ৰৱেশ কৰিব পৰা নাই বাসগৃহত; ভুক্ত ভোগীৰ প্ৰতিক্ৰিয়া বিহালী সমষ্টিৰ অন্তৰ্গত চেৰেলীয়া গাওঁ পঞ্চায়তৰ সমীপৰ এটা বাসগৃহ ১৫ দিন ধৰি পানীত ডুবি আছে এটা পৰিয়ালে ১৫ দিন ধৰি গৃহত প্ৰৱেশ কৰিব পৰা নাই লোকৰ ঘৰত আশ্ৰয়
নিউজ ব্যুৰ’,নগাঁও,১০জুলাই : নগাঁও আৰ্ট ভিলেজৰ উদ্যোগত আৰু জ্যোতি চিত্ৰাংকন বিদ্যালয়ৰ সহযোগত যোৱা ৫ জুলাইৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত চিত্ৰাংকন কৰ্মশালাৰ ৰবিবাৰে সামৰণি পৰে । নগাঁও আৰ্ট ভিলেজৰ স্বত্বাধিকাৰী তথা চিত্ৰশিল্পী সুজিত দাসৰ আটকধুনীয়া আৰ্ট ভিলেজত সদ্য প্ৰয়াত প্ৰবীন চিত্ৰশিল্পী গোপাল প্ৰধান সোঁৱৰণত কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি কৰ্মশালাৰ ছাত্ৰ-ছাত্ৰীসকলক
নিউজ ব্যুৰ’,নগাঁও,১০জুলাই:– নগাঁও জিলাৰ বেবেজীয়াত ৰবিবাৰে নৰ্থ ইষ্ট গ্ৰীণ “এবাকাছ”ৰ এটি শাখা মুকলি কৰা হয় । এই উপলক্ষে বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন অধ্যক্ষ যাদৱ চন্দ্ৰ বৰাই কয় যে গণিত হ’ল সকলো বিষয়ৰ লগতে সম্পৰ্ক থকা বিষয় ।
নিউজ ব্যুৰ’,নগাঁও,১০জুলাই:–সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলা কবি সন্মিলনৰ সক্ৰিয় শাখা ফুলগুৰি আঞ্চলিক কবি সন্মিলনৰ “কাব্যধ্বনি” শীৰ্ষক এটি মনোজ্ঞ কবিতা পাঠৰ অনুষ্ঠান ৰবিবাৰে ডিমৌ চাৰিআলিত অনুষ্ঠিত হৈ যায় । শালমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰ কৰাৰ মহৎ উদ্দেশ্যে আগত ৰাখি অনুষ্ঠিত এই কেন্দ্ৰীয় কাৰ্যসূচীৰ