এতিয়ালৈকে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত আছে হিমাচল । ৰাজ্যখনত অতি কমেও পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে । লগতে ভূমিস্খলনৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ একাধিক ঘৰ আৰু অন্যান্য প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে। উত্তৰাখণ্ডত এখন গাড়ী ভূমিস্খলনৰ ফলত খুন্দা খাই গংগাত ডুব যোৱাৰ ফলত কমেও তিনিজন লোক নিহত হৈছে । আনহাতে, ১৯৮২ চনৰ পৰা
Month: July 2023
ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীক চাকৰি তথা আত্মসংস্থাপনৰ পথ প্রশস্ত কৰাৰ লগতে মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে এক লাখ নিবনুৱা যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তি দিয়াটো নৃত্যনাটিকা আখ্যা দি আজি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ পুঠিমাৰীত আয়োজিত এখন বিশাল
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিক সমিতিখন দেওবাৰে গঠন কৰা হয় ৷ কাজিৰঙা বনবিভাগৰ পৰমানন্দ লাহন সভাগৃহত অনুষ্ঠিত এখন সভাত কাজিৰঙাৰ ৬খন শাখা সমিতিৰ উপস্থিতিত সমিতিখন গঠন কৰা হয় ৷ যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিকৰ আহ্বায়ক সঞ্জীৱ দত্তই আঁত ধৰা সভাখনত সভাপতিত্ব কৰে সংগঠনটোৰ বোকাখাত জিলা সমিতিৰ সভাপতি নিলোৎপল খাউণ্ডে ৷
অৱশেষত চাকৰিৰ পৰা বৰ্খাস্ত হ’বলগীয়া হ’ল গহপুৰ আৰক্ষী থানাৰ প্ৰাক্তন আৰক্ষী উপ পৰিদৰ্শক ধীৰাজ জ্যোতি নমসূদ্ৰ। এই সন্দৰ্ভত দেওবাৰে সন্ধিয়া আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমত উল্লেখ কৰে। ২০২২ বৰ্ষৰ ৮ ডিচেম্বৰৰ সন্ধিয়া এগৰাকী মহিলাৰ পৰা উৎকোচ লৈ গহপুৰ আৰক্ষী থানাৰ ভিতৰৰ পৰা দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ
বাক্সা জিলাৰ বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত সমষ্টি পুনৰ গঠনৰ খচৰাক লৈ এখন বিশেষ আলোচনাচক্ৰ অনুষ্ঠিত হয়। দেওবাৰে বড়ো জনগোষ্ঠীৰ ১৩ টা সংগঠন আৰু দুটা আঞ্চলিক ৰাজনৈতিক দলৰ মাজত সমষ্টি পুনৰ গঠনৰ খচৰাক লৈ এই আলোচনাচক্ৰ অনুষ্ঠিত হয়। উক্ত আলোচনা চক্ৰত নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, আঞ্চলিক ৰাজনৈতিক দল বিপিএফ,