Advertisement

Month: July 2023

প্ৰবল বৰষুণৰ ফলত উত্তৰ ভাৰতৰ কেইবাটাও স্থানত কমেও ১৪ জন লোকৰ মৃত্যু!

প্ৰবল বৰষুণৰ ফলত উত্তৰ ভাৰতৰ কেইবাটাও স্থানত কমেও ১৪ জন লোকৰ মৃত্যু!

এতিয়ালৈকে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ ভিতৰত আছে হিমাচল । ৰাজ্যখনত অতি কমেও পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে । লগতে ভূমিস্খলনৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ একাধিক ঘৰ আৰু অন্যান্য প্ৰতিষ্ঠান ক্ষতিগ্ৰস্ত হৈছে। উত্তৰাখণ্ডত

চলিত মাহতে ২২ হাজাৰ চাকৰিৰ বিজ্ঞাপন : মুখ্যমন্ত্রী

চলিত মাহতে ২২ হাজাৰ চাকৰিৰ বিজ্ঞাপন : মুখ্যমন্ত্রী

ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীক চাকৰি তথা আত্মসংস্থাপনৰ পথ প্রশস্ত কৰাৰ লগতে মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিক সমিতি গঠন

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিক সমিতি গঠন

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিক সমিতিখন দেওবাৰে গঠন কৰা হয় ৷ কাজিৰঙা বনবিভাগৰ পৰমানন্দ লাহন সভাগৃহত অনুষ্ঠিত এখন সভাত কাজিৰঙাৰ ৬খন শাখা সমিতিৰ উপস্থিতিত সমিতিখন গঠন কৰা হয় ৷

প্ৰাক্তন উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমসূদ্ৰক চাকৰিৰ পৰা বৰ্খাস্ত

প্ৰাক্তন উপ-পৰিদৰ্শক ধীৰাজ জ্যোতি নমসূদ্ৰক চাকৰিৰ পৰা বৰ্খাস্ত

অৱশেষত চাকৰিৰ পৰা বৰ্খাস্ত হ’বলগীয়া হ’ল গহপুৰ আৰক্ষী থানাৰ প্ৰাক্তন আৰক্ষী উপ পৰিদৰ্শক ধীৰাজ জ্যোতি নমসূদ্ৰ। এই সন্দৰ্ভত দেওবাৰে সন্ধিয়া আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমত উল্লেখ কৰে।

বৰমাত বড়ো জাতীয় সংগঠন-ৰাজনৈতিক দলৰ মাজত সমষ্টি পুনৰ গঠন খচৰাক লৈ আলোচনা

বৰমাত বড়ো জাতীয় সংগঠন-ৰাজনৈতিক দলৰ মাজত সমষ্টি পুনৰ গঠন খচৰাক লৈ আলোচনা

বাক্সা জিলাৰ বৰমা মহাবিদ্যালয় প্ৰেক্ষাগৃহত সমষ্টি পুনৰ গঠনৰ খচৰাক লৈ এখন বিশেষ আলোচনাচক্ৰ অনুষ্ঠিত হয়। দেওবাৰে বড়ো জনগোষ্ঠীৰ ১৩ টা সংগঠন আৰু দুটা আঞ্চলিক ৰাজনৈতিক দলৰ মাজত সমষ্টি পুনৰ গঠনৰ