উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে বুধবাৰে উচ্চ ন্যায়ালয়ৰ দুগৰাকী মুখ্য ন্যায়াধীশ ন্যায়াধীশ উজ্জল ভূঞা আৰু ন্যায়াধীশ এছ ভি ভাট্টীক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে পদোন্নতি দিয়াৰ পৰামৰ্শ আগবঢ়ায়। উচ্চতম ন্যায়ালয়ৰ চাৰিজনীয়া কলেজিয়ামে ন্যায়াধীশ ৰূপে দুয়োগৰাকীৰ নাম প্ৰস্তাৱ কৰে। বৰ্তমান ন্যায়াধীশ ভূঞাই তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ বিপৰীতে ন্যায়াধীশ ভাট্টি
Month: July 2023
🔵 সংবাদমেলযোগে জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। 🔵 কেবিনেটত সিদ্ধান্ত গ্ৰহণৰ পিছতেই সংবাদমেল সম্বোধন কৰি জনালে এই কথা। 🔵 এই আঁচনিত সংযোজিত হ’ব ৪০ লাখ নতুন মানুহ। 🔵 চাউলৰ লগতে বিনামূলীয়া চিকিৎসাও পাব এই আঁচনিৰ অধীনত।
বকোৰ ছমৰীয়াত উৎকোচ লোৱাৰ সময়ত গ্ৰেপ্তাৰ লাট মণ্ডল জীৱেশ কুমাৰ শৰ্মা। CM Vigilanceৰ অভিযানত গ্ৰেপ্তাৰ।
শাস্ত্ৰ মতে ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰাম অমৰ আছিল। তেওঁ কেতিয়াও মৰিব নোৱাৰে। গতিকে আজিও তেওঁ পৃথিৱীত ঘূৰি ফুৰিছে। পিতৃ ঋষি জামাদগ্নীৰ নিৰ্দেশত তেওঁ মাকক হত্যা কৰিছিল। কিন্তু যেতিয়া তেওঁৰ কামত সন্তুষ্ট হৈ দেউতাকে তেওঁক বৰ বিচাৰিবলৈ ক’লে, তেতিয়া তেওঁ মাকক পুনৰ জীৱিত কৰি তুলিবলৈ বৰ বিচাৰিলে। তেওঁ আছিল প্ৰথম
এইবাৰ ভাৰতৰ মাটিত নহয় বিদেশৰ ভূমিত আইআইটি স্থাপনৰ সিদ্ধান্ত লৈছে কেন্দ্ৰই । আইআইটি মাদ্ৰাজ কৰ্তৃপক্ষই আফ্ৰিকা মহাদেশত এটা কেম্পাছ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বৃহস্পতিবাৰে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তাঞ্জানিয়াৰ অৰ্ধ-স্বায়ত্তশাসিত অঞ্চল জাঞ্জিবাৰত চৌহদটো মুকলি কৰাৰ কথা ঘোষণা কৰে। উল্লেখ্য যে, নতুন আইআইটি চৌহদটো পূব আফ্ৰিকাৰ উপকূলত নিৰ্মাণ কৰা হ’ব। বৈদেশিক