The United People’s Party Liberal (UPPL) has strongly criticized the allegations made by Hagrama Mohilary, the president of the BPF party, regarding the constituency delimitation in a press conference held at their Central Office in Kokrajhar. Raju Kumar Narzary, the general secretary (admin) of UPPL, expressed his disagreement with Mohilary’s
Month: July 2023
শৰীৰ সুস্থ ৰাখিবলৈ হ’লে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন৷ টোপনি ঠিকমতে নহ’লে ওজন বাঢ়ে, হতাশা আহে৷ লগতে দিনটোত মন-মেজাজ ভালে নাথাকে৷ নিতৌ টোপনি ক্ষতি হ’লে শৰীৰত তাৰ নেতিবাচক প্ৰভাৱ পৰে৷ সেয়ে দিনত অন্ততঃ ৭-৮ ঘণ্টা শোৱাটো জৰুৰী৷ পিছে কিছুমানৰ টোপনিৰ সমস্যা থাকে৷ টোপনি কম হ’লে অনিদ্ৰা, শ্লীপ এপ’নীয়া, ৰাতি সঘনাই প্ৰস্ৰাৱ লগা,
সপোন শাস্ত্ৰৰ মতে, যদি কোনোবাই সপোনত কিছুমান প্ৰাণী দেখা পাই তেন্তে বুজি যাব যে ভাগ্যৰ দুৱাৰ খুলিব হৈছে আৰু ভাল দিন সমাগত। অৱশ্যে, এই প্ৰাণীবোৰৰ সপোন সকলোৱে দেখা নাপায়, কিন্তু যিসকল লোকৰ সপোনত আহে তেওঁলোক ভাগ্যৱান বুলি বিশ্বাস কৰা হয়। আহক জানো কি কি প্ৰাণী সপোনত দেখিলে শুভ বুলি গণ্য
নেমু টেঙাত প্ৰচুৰ পৰিমাণে এণ্টি অক্সিডেণ্ট ফ্লেভোনয়েড সমৃদ্ধ। সেই বাবে কোষসমূহ ক্ষতিসাধন ‘হোৱাৰ পৰা ৰক্ষা কৰে। শৰীৰৰ কোষসমূহ সুৰক্ষিত হৈ নাথাকিলে অংগ-প্রত্যংগসমূহে স্বাভাৱিকভাৱে কার্য সম্পাদন কৰিব নোৱাৰে। শৰীৰত সৃষ্টি হোৱা ফ্ৰীৰেডিকেল সমূহে এই কোষসমূহ ধ্বংস কৰাৰ ফলত বিভিন্ন সমস্যাই গা কৰি উঠে। এইবোৰৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নিয়মীয়াকৈ নেমু খাব
সু-স্বাস্থ্যৰ বাবে বিভিন্ন ভিটামিনৰ প্ৰয়োজন৷ তেনে এবিধ অতি গুৰুত্বপূৰ্ণ ভিটামিন হৈছে ভিটামিন ‘ডি’৷ এইবিধ ভিটামিন দেহৰ ভিতৰতে উৎপন্ন হয়৷ ভিটামিন ‘ডি’ শৰীৰৰ বাবে অতি অপৰিহাৰ্য৷ ভিটামিন ‘ডি’য়ে শৰীৰত কেলছিয়াম আৰু ফছফৰাছৰ শোষণ নিয়ন্ত্ৰণত সহায় কৰে৷ তদুপৰি ই দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰে৷ আনকি হাড় আৰু দাঁতৰ স্বাভাৱিক বৃদ্ধি তথা