Month: July 2023

আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে নেকি? যদি আছে তেন্তে..

আপোনাৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে নেকি? যদি আছে তেন্তে..

কোষ্ঠকাঠিন্যৰ (Constipation) Treatment: ভাৰতত তেলেতীয়া আৰু অস্বাস্থ্যকৰ খাদ্যৰ প্ৰৱণতা অতি বেছি, এইবোৰ খাবলৈ যদিও সুস্বাদু কিন্তু ই স্বাস্থ্যৰ যথেষ্ট ক্ষতিকাৰক। সাধাৰণতে আমি যি ফাষ্ট আৰু জাং ফুড খাও তাৰ হজম হোৱাটো অতি কঠিন, যাৰ ফলত পেটত সমস্যাৰ সৃষ্টি হয়। প্ৰায়ে আপুনি দেখিছে যে যিসকল লোকে কিবা-কিবি বস্তু খাই থাকে সেইসকল

আচৰিত ! সূৰ্যৰ পোহৰে নিৰাময় কৰিব আপোনাৰ এই সমূহ ৰোগ !

আচৰিত ! সূৰ্যৰ পোহৰে নিৰাময় কৰিব আপোনাৰ এই সমূহ ৰোগ !

আমাৰ দৈনন্দিন কার্যক্রমণিকাৰ অধিকাংশখিনি সমাপন হয় ঘৰ, স্কুল, অফিচ আদিৰ চাৰি বেৰৰ মাজত। অধিকাংশ সময়ত অহা-যোৱাও হয় ব্যক্তিগত বা যাত্রীবাহী বাহনত। ফলত শৰীৰে সূৰ্যৰ পোহৰৰ পৰা প্ৰায়েই বঞ্চিত হৈ ৰয়। শৰীৰত প্ৰৱেশ নহয় মহামূল্যবান ‘ডি’ ভিটামিনৰ। তেতিয়াই শৰীৰক আক্রমণ কৰে নানা ধৰণৰ ৰোগে। ভিটামিন ‘ডি’; যাৰ অন্য নাম ছানছাইন ভিটামিন।

নখৰ অৱস্থায়ো দিব পাৰে ৰোগৰ ইংগিত

নখৰ অৱস্থায়ো দিব পাৰে ৰোগৰ ইংগিত

নখে কেৱল সৌন্দৰ্যকে প্ৰকাশ নকৰে৷ শৰীৰ কিমান সুস্থ হৈ আছে সেই কথা নখ চায়েই ক’ব পৰা যায়৷ নখৰ ৰঙৰ পৰাই শৰীৰ সুস্থ হৈ আছেনে নাই তাক নিৰ্ধাৰণ কৰিব পাৰি৷ নখ চাই কিদৰে শৰীৰৰ অৱস্থা বুজিব পৰা যায়– ⬛হালধীয়া নখঃ নখৰ ৰং যদি হালধীয়া হয় তেতিয়া শৰীৰত হোৱা বিভিন্ন সংক্ৰমণজনিত ৰোগৰ

ঘামৰ দুৰ্গন্ধই আমনি কৰিছে নেকি?

ঘামৰ দুৰ্গন্ধই আমনি কৰিছে নেকি?

গ্ৰীষ্মকালত শৰীৰৰ পৰা ঘাম বহুত বেছিকৈ ওলাই যাৰ ফলত প্ৰায়ে কাষলতিৰ পৰা দুৰ্গন্ধ ওলাবলৈ আহিব ধৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি ডিঅ’ড্ৰেণ্ট (Deodorant) বা পাৰফিউম ব্যৱহাৰ কৰোঁ, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ইয়াৰ স্থায়ী সমাধান কৰিব লাগে। আহক জানো কাষলতিৰ দুৰ্গন্ধৰ পৰা মুক্তি পাবলৈ নিশা কি লগাই শুব লাগে। ঘামৰ

নগাঁৱৰ সমাজ কৰ্মী আৰু সাংবাদিকে আগবঢ়ালে হৰি দাসলৈ আৰ্থিক সাহায্য….

নগাঁৱৰ সমাজ কৰ্মী আৰু সাংবাদিকে আগবঢ়ালে হৰি দাসলৈ আৰ্থিক সাহায্য….

বুধবাৰে সদৌ অসম সাংবাদিক কল্যান ন্যাসৰ উদ্যোগত আৰু দৈনন্দিন বাৰ্তা গোষ্ঠীৰ মাতৃ সংগঠন আলোকপ্ৰভঞ্জন ৱেল ফেয়াৰ চচাইটিৰ সহযোগত নগাঁৱৰ কেইগৰাকী মান সমাজ কৰ্মী আৰু সাংবাদিকে আগবঢ়ালে হৰি দাসলৈ আৰ্থিক সাহায্য। কিছুদিন পূৰ্বে ৰাতিপুৱা নগাঁৱৰ ৰাজপথত গাত বগা সাজ আৰু খালি ভৰিৰে চাইকেলৰ কেৰিয়াৰত খবৰ কাগজ কঢ়িয়াই মানুহৰ ঘৰে ঘৰে বিলাই