হিন্দু ধৰ্মত শাওণ মাহৰ অধিক মহত্ব আছে। এই শাওণ মাহক বহুতো প্ৰৱিত্ৰ মনা হয়। কাৰণ, এই শাওণ মাহ ভগৱান শিৱৰ ওপৰত সমৰ্পিত। ( Religious Studies ) মনা হয় যে, দেৱী পাৰ্ৱতীয়ে মহাদেৱক স্বামী ৰূপে পাবলৈ, এই শাওণ মাহতে কঠুৰ তপস্যা কৰিছিল আৰু মহাদেৱক প্ৰসন্ন কৰি তেওঁক স্বামী ৰূপে পাইছিল। শাওণ
Month: July 2023
কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত উদ্যোগ খণ্ড, হিতাধিকাৰীসকলৰ বাবে নতুন সিদ্ধান্তৰ লগতে চাহ বাগিচা অঞ্চলৰ মডেল স্কুলৰ বাবে শিক্ষক নিযুক্তি আদি সিদ্ধান্ত গ্ৰহণ কৰা হয়। বুধবাৰে জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মন্ত্ৰী বিমল বৰাই সংবাদমেলৰ জৰিয়তে কেবিনেটৰ সিদ্ধান্তৰ
কংগ্ৰেছ ত্যাগ কৰি আম আদমি পাৰ্টীত যোগদান কৰা কমল কুমাৰ মেধিক আম আদমি পাৰ্টীৰ পৰা নিলম্বিত। সমষ্টি নিৰ্ধাৰণক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ মাজতে বহু চৰ্চিত ‘তিনি গগৈ’ প্ৰসংগত কমল কুমাৰ মেধিয়ে কৰিছিল বিতৰ্কিত মন্তব্য। সংবাদ মাধ্যমৰ আগত তিনি গগৈ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰি তেজপুৰত অনুষ্ঠিত হোৱা ৰাজ্যিক
GUWAHATI,4thJuly 2023: A total of 2011 students (1605Male and406Female) from the Silver Jubilee batch of the Indian Institute of Technology Guwahati received their degrees in various disciplines today (4th July 2023) during the 25th Convocation Ceremony. Pradnesh Prasad Kalkar (B.Tech, Computer Science and Engineering) achieved top score in the entire
প্ৰত্যেকটো অমাৱশ্যাৰে অধিক মহত্ব আছে। এই দিনত প্ৰৱিত্ৰ নদীত স্নান আৰু দান কৰাটো অধিক পূণ্য হিচাপে মনা হয়। সেয়ে, এই অমাৱশ্যাত এনে কিছু কাম আছে, যাক কৰাটো অমংগল মনা হয়। এই শাওণ মাহৰ অমাৱশ্যাত এই সমূহ কামৰপৰা বিৰত থকা উচিত। ১) যদি আপুনি পুৱা দেৰিলৈকে শুৱা অভ্যাস আছে, তেন্তে