বিশেষ ন্যায়াধীশৰ আদালতে মঙলবাৰে পুনৰ আটাইকেইজন অভিযুক্তৰ জামিন নাকচ কৰে । জামিন নাকচ সোনমণি নাথ, ভাস্কৰ হাজৰিকা, মনোজ দাস, ডেভিদ অধিকাৰী, বেনিন দলে আৰু ৰাজেশ কুমাৰ যোশীৰ । এছ চি ই আৰ টিৰ ১০৫ কোটি টকীয়া এক কেলেংকাৰী পোহৰলৈ আহিছিল । এই কেলেংকাৰীৰ মুখ্য অভিযুক্ত আই এ এছ বিষয়া শেৱালী
Month: July 2023
বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বুৰৈঘাটত পুনৰ বিহালী আৰক্ষীৰ নাকিচেকিঙত গৰু ভৰ্তি পাচখন বাহন জব্দ। উল্লেখ্য বিগত সময়ত বিহালীত ২ শতাধিক গৰু সহ বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল বিহালী আৰক্ষী। তথ্য মতে আজি বিহালী বুৰৈঘাটত বিহালী আৰক্ষীৰ নাকিচেকিঙত পুৱা ৮ মান বজাত জোনাইৰ পবা বাঘমাৰীলৈ আনি থকা অৱস্থাত পাচখন বলে’ৰ পিক
দামপুৰ ভেলামাৰীত এটা বৃহৎ আকাৰৰ বেলুন আকাশৰ পৰা সৰি পৰা ঘটনাই তিব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে। ঘটনাৰ বিৱৰণ অনুসৰি হাজো দামপুৰৰ ভেলামাৰিত আজি পুৱাৰ ভাগত আকাশৰ পৰা সৰি পৰে বৃহৎ আকাৰৰ বেলুন সহ এটা হাইড্ৰজেন পাম্প। হাজোৰ ভেলামাৰীৰ পথাৰত সৰি পৰে পাম্প সহ বেলুনটো। ইতিমধ্যে স্থানীয় লোকে আৰক্ষীক এই
নাজিৰা বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান,উপস্থিত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক। আজি নাজিৰাৰ বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাজিৰা আদৰ্শ আৰক্ষী থানাৰ গাঁওৰক্ষী বাহিনী থানা সমিতিৰ উদ্যোগত আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ সহযোগত আজি অনুস্থিত হয় কৃতী ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন অনুষ্ঠান। এই কৃতী ছাত্ৰ-ছাত্ৰীৰ এই অভিনন্দন অনুষ্ঠানত ২০২৩বৰ্ষৰ হাইস্কুল শিক্ষান্ত
🔷 মৰিগাঁও আৰক্ষীৰ সফল গাঞ্জা বিৰোধী অভিযান🔷এইবাৰ মৰিগাঁও আৰক্ষীৰ অভিযান চলিল মৰিগাঁৱৰ পূব জালুগুটিত🔷জালুগুটি আৰক্ষী পহৰা চকীৰ আৰক্ষীৰ সহযোগত মৰিগাঁও আৰক্ষীয়ে অভিযান চলাই🔷অভিযান কালত ৪ কিঃ ৪৫৩গ্ৰাঃ গাঞ্জাৰ লগতে এখন মটৰ চাইকেল জব্দ কৰিবলৈ সক্ষম হয়🔷 জব্দকৃত বাহনখনৰ নম্বৰ AS-21-K-9482🔷 অৱশ্যে গাঞ্জাখিনি কঢ়িওৱাৰ বাবে ব্যৱহৃত মটৰ চাইকেলখনৰ লগতে গাঞ্জাখিনি এৰি