গোসাঁইগাঁও : ০৪ জুলাই: :সমষ্টি পুনৰ নিৰ্ধাৰনৰ প্ৰতিবাদত আজি গোসাইগাঁও মহকুমাৰ হাৰাপুটাত আদিবাসী জনগোষ্ঠীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সদৌ চাওঁতাল ছাত্ৰ সন্থা,সদৌ আদিবাসী ছাত্ৰ সন্থা,চাওঁতাল কলোনী গাঁওবুঢ়া সন্থা,নিখিল কুডুক ছাত্ৰ সন্থা( ওৰাং) ৰ উদ্যোগত আজি হাৰাপুটা খেলপথাৰত প্ৰতিবাদ সাৱ্যস্থ কৰে ৷ ২৮ নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ চাওঁতাল আদিবাসী ভোটাৰ
Month: July 2023
নগাঁৱত ছাত্ৰ সন্থা নেতাৰ ফেচবুক একাউন্ট হে’ক । দক্ষিণ পশ্চিম নগাঁৱৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহসাধাৰণ সম্পাদক জোনটি মাৰ্গৰ ফেচবুক একাউন্ট হে’ক কৰিলে কোনো দুৰ্বৃত্তই। ছাত্ৰ নেতা জনৰ ফেচবুক একাউন্ট হে’ক কৰি ছাত্ৰ সন্থাৰ বিভিন্ন সদস্যৰ লগতে বিভিন্ন ব্যক্তিক হে’ক কৰা ফেচবুক একাউণ্টটোৰ পৰা টেগ কৰিলে অশ্লীল ভিডিও। সমস্ত ঘটনাৰ সন্দৰ্ভত
এছিয়া কাপ ২০২৩ৰ ACC পুৰুষৰ উদীয়মান ভাৰতীয় A দলত স্থান লাভ অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগৰ
– বুধৰ ৰাশি পৰিৱৰ্তনে মেষ ৰাশিৰ লোকসকলৰ বাবে দেৱী লক্ষ্মীৰ আশীৰ্বাদ কঢ়িয়াই আনে। আপুনি আপোনাৰ অপূৰণীয় ইচ্ছা পূৰণত সফল হ’ব। আয়ৰ একাধিক উৎসই আপোনাৰ বিত্তীয় অৱস্থা শক্তিশালী কৰিব। বাহন কিনাৰ হেঁপাহ পূৰণ হ’ব। প্ৰেম ব্যক্তিগত জীৱনত ভাল। বুধৰ পৰিৱৰ্তনে বৃষ ৰাশিৰ বাবে জীৱনত অগ্ৰগতি আনে। আৰ্থিক অৱস্থাৰ ডাঙৰ বৃদ্ধি হ’ব।
কালৰ নিয়মত স্থান পৰিৱৰ্তন কৰে গ্ৰহ–নক্ষত্ৰই। ভাৰতীয় জ্যোতিষশাস্ত্ৰই সেই স্থানান্তৰক বিশেষ গুৰুত্বপূৰ্ণ বুলি কয়। বিশ্বাস কৰা হয়, এই পৰিৱৰ্তনৰ প্ৰভাৱ পৰে পৃথিৱীৰ মানুহৰ ওপৰত। সেই অনুসৰি, জুলাই মাহটো বিশেষ গুৰুত্বপূৰ্ণ হ’ব। কাৰণ এই মাহত মংগলসহ একাধিক গ্ৰহৰ স্থান সলনি হ’ব। মেষ : মংগলৰ স্থান সলনিৰ ফলত এই ৰাশিৰ জীৱনত ইতিবাচক