মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ গুৱাহাটী স্মাৰ্ট আৰক্ষীক একপ্ৰকাৰ চেলেন্স দি অপৰাধীয়ে চলাই গৈছে ইটোৰ পাছত সিটোকৈ অপৰাধী কাণ্ড। বুধবাৰে মহানগৰীৰ ভাস্কৰ নগৰত উদ্ধাৰ হয় ছাত্ৰীৰ মৃতদেহ ৷ নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰৰ পাছতে এক চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হয় ভাস্কৰ নগৰত ৷ প্ৰাপ্ত খবৰ
Month: July 2023
তিয়ঁহৰ লগতে ইয়াৰ বাকলিও যথেষ্ট উপকাৰী। তিয়ঁহৰ বাকলিত এণ্টিঅক্সিডেণ্ট, ফাইবাৰ আৰু ভিটামিনৰ গুণাগুণ থাকে, যি স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই বহুপ্ৰকাৰৰ সমস্যা আঁতৰ কৰাতো লাভজনক। তিয়ঁহৰ বাকলিয়ে পাচন তন্ত্ৰ শক্তিশালী কৰে আৰু ওজন হ্ৰাস কৰাতো সহায়ক হয়। গতিকে জানো আহক তিয়ঁহৰ বাকলিৰ লাভালাভবোৰ কি কি। তিয়ঁহ কিমান উপকাৰী সেয়া হয়তো
আমাৰ থলুৱাভাৱে সহজতে পোৱা গুল্মজাতীয় এবিধ ঔষধিসম্পন্ন উদ্ভিদ হ’ল তিতা ফুল৷ এইবিধ ফুল স্বাস্থ্যৰ বাবে মহৌষধ৷ এইবিধ ফুলৰ ঔষধি গুণ জানিলে আপুনি আচৰিত হ’ব৷ তিতাফুল আমাৰ শৰীৰৰ বাবে অতি উপকাৰী তিতা জাতীয় খাদ্য৷ ঠাইভেদে তিতা ফুলক বাহাকা তিতা বুলিও কয়৷ বিহুগীতত পোৱা যায়– তিতিকি তিতা ফুল যোৰহাটৰ গোলাপ ফুলযচেনিমৰা বাগিচাৰ
যদি কোনোবাই অনুভৱ কৰে যে মহে আপোনাকে অকল কামুৰি আছে বেলেগক নহয়, তেন্তে এই কথাটো নাভাবিব যে মহৰ সৈতে আপোনাৰ কিবা পুৰণি সম্পৰ্ক আছে। তাৰ বিপৰীতে কিছুমান বৈজ্ঞানিক কাৰণ আছে যাৰ ফলত আপুনি মহৰ বেছি চিকাৰ হয়। আহক জানো কোনবোৰ লোকক মহে বেছি কামোৰে আৰু ইয়াৰ আঁৰৰ কাৰণ কি। নিজৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ অভিযান আৰম্ভ হ’ব বুলি ঘোষণা কৰাৰ পিছতে সষ্টম হৈ পৰিছে আৰক্ষী-প্ৰশাসন৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে ছেপ্টেম্বৰৰ বাল্য বিবাহ কৰা লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰ অভিযান আৰম্ভ হ’ব বুলি ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে বৰপেটাৰোডত বাল্য বিবাহ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।বৰপেটাৰোড আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হ’ল বাল্য বিবাহ কৰা ১৯বছৰীয়া স্বামী। বাল্য বিবাহৰ গোচৰত পকছ’ আইনৰ অধীনত গ্ৰেপ্তাৰ হ’ল ১৯ বছৰীয়া দীপাংকৰ দাস। ১৫বছৰীয়া —- সৈতে ছয় মাহ পূৰ্বে বিপাহপাশত