Month: July 2023

দ্বিতীয় এছিয়া যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ ২০২৩ ত ডিব্ৰুগড়ৰ জগদীশ ভড়ালী লাভ কৰিলে সোণৰ পদক

দ্বিতীয় এছিয়া যোগাসন ক্ৰীড়া চেম্পিয়নশ্বিপ ২০২৩ ত ডিব্ৰুগড়ৰ জগদীশ ভড়ালী লাভ কৰিলে সোণৰ পদক

পৰম্পৰাগত গোটত জগদীশ ভৰালীয়ে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয় ।ভিয়েটনাম, থাইলেণ্ড, হংকং, ইৰাণ আৰু চীনৰ কেইবাজনো প্ৰতিযোগীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱা দ্বিতীয় এছিয়া যোগাসন চেম্পিয়নশ্বিপৰ ৫০ বছৰৰ গ্ৰুপত ভাৰতৰ হৈ পদক লাভ কৰে ডিব্ৰুগড়ৰ খেলুৱৈজনে । থাইলেণ্ডৰ বেংককৰ ‘হোটেল আলেকজেণ্ডাৰ’ত অনুষ্ঠিত হৈছিল আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাখনি। দ্বিতীয় এছিয়া যোগাসন প্ৰতিযোগিতাত সোণৰ পদক

পেট্ৰ’কেমিকেলৰ ক্ষেত্ৰখনত অসমৰ অগ্ৰগতিক প্ৰসংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

পেট্ৰ’কেমিকেলৰ ক্ষেত্ৰখনত অসমৰ অগ্ৰগতিক প্ৰসংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

🔵 ১ জুলাইত নামৰূপৰ অসম পেট্ৰ’কেমিকেল লিমিটেডৰ পৰা মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিছিল মিথানল ৰপ্তানিৰ। 🔵 দৈনিক ৫০০ টন মিথানল বাংলাদেশ, নেপাল, ভূটান আদি প্ৰতিবেশী ৰাষ্ট্ৰলৈ ৰপ্তানি কৰাৰ লক্ষ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১৪ এপ্ৰিলত শুভাৰম্ভ কৰিছিল এই প্ৰকল্পৰ। 🔵 ইয়াৰ লগতে অসমে নুমলীগড় শোধনাগাৰত অংশীদাৰিত্ব বৃদ্ধি কৰিও পেট্ৰ’কেমিকেল ক্ষেত্ৰখন বিস্তাৰৰ লক্ষ্য

আজি অসমলৈ আহিব অসমলৈ দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

আজি অসমলৈ আহিব অসমলৈ দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

গুৱাহাটীস্থিত আই আই টি ৰ ২৫ সংখ্যক সমাৱৰ্তনত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰোপৰি তেওঁ উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীৰ সৈতেও বাৰ্তালাপত মিলিত হ’ব। অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। অনুষ্ঠানটোত ২০১১ জন স্নাতক, স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰী প্ৰাপকক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব

চিকিৎসক দম্পত্তীৰ শিশু নিৰ্যাতন কাণ্ডৰ অভিযোগনামা দাখিল

চিকিৎসক দম্পত্তীৰ শিশু নিৰ্যাতন কাণ্ডৰ অভিযোগনামা দাখিল

🔴 তদন্তকাৰী পল্টনবজাৰ আৰক্ষীয়ে দাখিল কৰিলে চাৰ্জশ্বীট 🔴 ৫ মে’ত ডাঃ ৱালিউলক, ৬ মে’ত ডাঃ সংগীতাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে 🔴গ্ৰেপ্তাৰৰ ৫৮ দিনৰ মূৰত অভিযোগনামা দাখিল আৰক্ষীৰ 🔴 গুৱাহাটীস্থ POCSO বিশেষ আদালতত দাখিল অভিযোগনামা

জীৱনত সফল হ’বলৈ এই ৩টা নিয়ম মানি চলিব !

জীৱনত সফল হ’বলৈ এই ৩টা নিয়ম মানি চলিব !

নতুন বছৰ আহে, আহিব আৰু যাব। কেলেণ্ডাৰ দ্ৰুতগতিত সলনি হৈ আছে। কিন্তু আপুনি কিয় সলনি নহয় ? মই আজি আপোনাক যি ক’বলৈ গৈ আছোঁ তাৰ বাবে ই আপোনাৰ বাবে জীৱন সলনি হ’ব পাৰে। যদি আপুনি 6 মাহৰ বাবে অকণমান একাষৰীয়া হৈ এনে কৰে, তেন্তে কোনেও আপোনাক সফল হোৱাৰ পৰা বাধা