মেষ ৰাশি মেষ ৰাশিৰ স্থানীয় লোকৰ বাবে সপ্তাহৰ আৰম্ভণি অতি ভাল হ’ব। ২৬ জুনৰ পৰা ২ জুলাইলৈ এই সময়ছোৱাত ব্যৱসায়িক কাম-কাজৰ বোজা বৃদ্ধি পাব পাৰে। কিন্তু হেঁচা বুলি নাভাবিব। কাৰণ এই সপ্তাহত ব্যৱসায়ৰ জৰিয়তে ধন-সম্পত্তি লাভ কৰিব পৰা যাব। এই সময়ছোৱাত আপোনাৰ স্বাস্থ্য সম্পৰ্কীয় কিছু সমস্যা হ’ব পাৰে। যিকোনো প্ৰতিযোগিতামূলক
Month: July 2023
কলিয়াবৰৰ কাঞ্চনজুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। তিনিখন যাত্রীবাহী বাছৰ মাজত সংঘৰ্ষ। সোমবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত ১০ জনৰো অধিক যাত্রী। বাছকেইখনৰ নম্বৰ AS 05 C6927, AS 03 BC 9337 আৰু AS 01 LC 4600 আহতসকলক কলিয়াবৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
সমষ্টিৰ সীমা পুনৰ্নিদ্ধাৰণৰ খচৰা সন্দৰ্ভত আছুৰ মৌনতাক লৈ সমালোচনা তৃণমূল কংগ্ৰেছৰ সমুজ্জল ভট্টাচাৰ্যই বিজেপি-আৰ এছ এছৰ সৈতে গোপন বুজাবুজি কৰি মৌন হৈ আছে: দিলীপ কুমাৰ শৰ্মা বিজেপি-আৰ এছ এছৰ পৰা আছুক মুক্ত কৰিবলৈ সমুজ্জল ভট্টাচাৰ্যই সংগঠনটোৰ পৰা অব্যাহতি লওক: দিলীপ কুমাৰ শৰ্মা ‘খিলঞ্জীয়াৰ প্ৰতিবাদ যদি দেখা নাই, মুখ্যমন্ত্ৰীৰ মতে কি
টীয়কত সংবাদমেল সম্বোধন কৰি জনালে সঞ্চালক ৰাজদ্বীপ লেখাৰুৱে প্ৰতিযোগিতামূলক পৰীক্ষাত অথবা এটা চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰা সকলৰ বাবে সুখবৰ।পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এতিয়া আৰু লাখ লাখ টকা খৰছ কৰি গুজৰাট,দিল্লী,ৰাজস্থান বা বাংগালোৰোলৈ যাব নালাগে।ঘৰতে বহি ৰাজ্যিক তথা ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব পৰাকৈ প্ৰস্তুতি চলোৱাৰ ব্যৱস্থা কৰিছে গুৱাহাটীস্থিত এক
মুখ্যমন্ত্ৰীৰ থলুৱা উদ্যোগ বিকাশ আঁচনিৰ উদ্যোগত আজি টীয়কৰ দগাচুক ইন্দিৰা আদৰ্শ গাৱঁৰ হৰিমন্দিৰৰ প্ৰাংগণত এটি মৃৎ শিল্পৰ উদ্যোগৰ শিলান্যাস কৰা হয়।মুঠ দহ লাখ পঞ্চাশ হাজাৰ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া এই উদ্যোগটোৱে অনাগত দিনসমূহত অসমৰ প্ৰায় মৃতপায় অৱস্থালৈ যোৱা মৃৎ শিল্পটোক পুনৰ উজ্জীৱিত কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।