নিউজ ব্যুৰ’,নগাঁও,২জুলাই:-বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবেই নগাঁও জিলাৰ চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ প্ৰবন্ধকৰ কাৰ্যালয়ত আজি একাংশ ৰাইজ উপস্থিত হৈ বিদ্যুৎ বিভাগৰ বিৰূদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ৷ অসম শক্তি বিতৰণ কোম্পানী পৰিসীমাত চামগুৰি বৈদ্যুতিক উপ সংমণ্ডলৰ কাৰ্যালত আজি চামগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত সুতাৰ মুছলিম
Month: July 2023
ভগৱান বিষ্ণু জগতৰ ৰক্ষক। তেওঁৰ কৃপাত মানুহে জীৱনৰ প্ৰতিটো সমস্যা অতিক্ৰম কৰিব পাৰে। ভগৱান বিষ্ণুৱে প্ৰতিজন ভক্তৰ ওপৰত আশীৰ্বাদৰ বৰষুণ কৰে, কিন্তু কিছুমান ৰাশিৰ অসীম আশীৰ্বাদ আছে। জ্যোতিষৰ মতে এনে কিছুমান ৰাশি আছে। যাৰ ওপৰত দেৱী লক্ষ্মীৰ আশীৰ্বাদ সদায় থাকে। প্ৰতিজন ব্যক্তিয়ে জীৱনত ধনী হ’ব বিচাৰে। সকলো বস্তুগত সুখ উপভোগ
‘তিনিজন মানুহে ফটো লৈছিলো, কিয় ভয় খাইছে বিজেপিয়ে, কিয় ভূমিকম্পৰ সৃষ্টি হৈছে বিজেপিত’, প্ৰশ্ন গৌৰব গগৈৰ
বিগত কেইবাদিন ধৰি ৰাজ্যত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-ধৰ্ষণৰ কাণ্ড। আৰক্ষী-প্ৰশাসনলৈয়ো ভয়-শংকা নাই একাংশ ধৃত প্ৰকৃতিৰ লোকৰ । বিগত কেইবাদিন ধৰি ৰাজ্যত সংঘটিত কেতবোৰ অপৰাধজনিত ঘটনাই বাতৰিৰ শিৰোণাম দখল কৰি আহিছে। এনেবোৰ ঘটনাৰ মাজতে সোণাপুৰত সংঘটিত হৈছে জঘন্য ঘটনা। সোণাপুৰত পোহৰলৈ আহিছে কিশোৰী ধৰ্ষণ আৰু হত্যাৰ ঘটনা। এগৰাকী ১৬ বছৰীয়া কিশোৰীক
নগাঁও জিলাৰ জুৰীয়াৰ সমীপৰ আলিটাঙনী নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক ইউনুছ আলী মক্কাত হঠাৎ অসুস্থ হৈ শনিবাৰে মৃত্যু মুখত পৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ। স্থানীয় ২৬৫ নং আলিটাঙনী এল পি স্কুলৰ প্ৰধান শিক্ষক পদৰ পৰা ২০১৫ চনতে অৱসৰ গ্ৰহণ কৰা ইউনুছে ইছলাম ধৰ্মৰ নীতি অনুসৰি হজ সম্পন্ন কৰিবলৈ যোৱা