কৈলাশৰ পৰা পৃথিৱীলৈ আহি কত নিবাস কৰে ভগৱান শিৱই জানি লওক…

1 min read

শাওন মাহত কৈলাশৰ পৰা পৃথিৱীলৈ কিয় আহে ভগৱান শিৱ! পৃথিৱীলৈ আহি কত নিবাস কৰে ভগৱান শিৱই?  ( Religious Studies )..

*অসমত ১৮জুলাই পৰা আৰম্ভ হৈছে।মান্যতা অনুসাৰে এই সময়ত ভগৱান শিৱ কৈলাশৰ পৰা পৃথিৱীলৈ আহে।আৰু পৃথিৱীৰেপৰা ব্ৰহ্মাণ্ডৰ সঞ্চালন কৰে।

 

*দেৱশয়নী একাদশীৰপৰা দেৱতাসকলৰ শয়নকাল আৰম্ভ হল।শিৱ পুৰাণৰ অনুসাৰে যেতিয়া ভগৱান বিষ্ণু যোগ নিদ্ৰালে গুচি যায়-তেতিয়া সংসাৰৰ সঞ্চালন ভগৱান শিৱৰ হাতত থাকে।অসমত ২০২২বৰ্ষৰ ১৮জুলাই পৰা শাওনৰ মাহ আৰম্ভ হৈছে।মান্যতা অনুসাৰে এই সময়ত ভগৱান শিৱ কৈলাশৰ পৰা পৃথিৱীলৈ আহে আৰু ইয়াৰেপৰা ব্ৰহ্মাণ্ডৰ সঞ্চালন কৰে।  ( Religious Studies )

 

 

 

*পৌৰাণিক কথা অনুসাৰে-শাওন মাহত ভগৱান শিৱ তেওঁৰ পৰিয়ালৰ লগত নিজৰ শহুৰেকৰ ঘৰলৈ আহে।হৰিদ্বাৰৰ কনখলত ভগৱান শিৱৰ শহুৰেকৰ ঘৰ।তাত থকা দক্ষ মন্দিৰত-মহাদেৱ আৰু মাতা সতীয়ে বিবাহ বন্ধনত বান্ধ খাইছিল।

শাওণৰ মাহটো ভগৱান শিৱক সমৰ্পিত কৰা হৈছে।মহাদেৱৰ প্ৰিয় শাওণৰ মাহ-২০২২ বৰ্ষৰ-১৮জুলাইপৰা আৰম্ভ হৈ-১২আগষ্ট লৈ থাকিব।এই সম্পূৰ্ণ শাওণৰ মাহটো-মহাদেৱৰ ভক্ত সকলে-তেওঁৰ ভক্তিত লীন থাকিব।শিৱ মন্দিৰত-জলাভিষেক, ৰুদ্ৰাভিষেক,পূজা-পাঠ, প্ৰতিটো শিৱ মন্দিৰ গুঞ্জৰিত হৈ থাকিব।

You May Also Like

More From Author