গণপতি আৰু গণেশ দুই নামৰ অৰ্থ জানো আহক

1 min read

গণ+পতি=গণপতি-যাৰ-
সহজ অৰ্থ=

গণ-মানে-সমূহ-নানা-সকলো।

পতি-মানে-স্বামী-মালিক।

অৰ্থাৎ-সকলোৰে স্বামী-মালিক।

গণ+ঈশ=গণেশ-

যাৰ সহজ অৰ্থ…

গণ-মানে=সমূহ.. নানা,, সকলো।

ঈশ_মামে=ঈশ্বৰ.. ভগৱান।

মৰ্হষি=পাণিনিৰ মতে-

গণ-মানে-দিশ-দিক।

পতি =মানে-স্বামী।

গণপতি-গণেশ-মানে-

দশো দিশৰ স্বামী।

গণপতি’ৰ ,, অনুমতি অবিহনে

কোনো.. দেৱী দেৱতাই.. কোনো দিশৰপৰা

আগমন কৰিব নোৱাৰে।।

সেয়হে-সকলো দেৱী-দেৱতাৰ পূজাৰ আগতে

গণপতি) গণেশৰ পূজা কৰি..

তেওঁক প্ৰথম সন্তস্ত কৰি লোৱা হয়।

You May Also Like

More From Author