১/সোমবাৰৰ দিনা যি ব্ৰট ৰখা হয়..
সেয়া-মহাদেৱ শিৱক অৰ্পণ কৰা হয়৷.. ( Religious Studies )
২/ভগৱান শিৱ জ্ঞানৰ লৌকিক হয়.. আৰু
মহাদেৱেই ব্ৰহ্মাণ্ডৰ সকলো বেয়া কাৰ্য্য নাশ কৰে..
৩/সোমবাৰৰ দিনা মহাদেৱৰ উপাসনা কৰিলে-
মহাদেৱ প্ৰসন্ন হয় আৰু মনোবাঞ্চিত বৰ্দান দিয়ে.।
৪/নতুন ঘৰত প্ৰৱেশ তথা..,
বিবাহ সম্বন্ধিয় কথা-তথা-খেলৰ লগত জড়িত কামৰ বাবে-সোমবাৰৰ দিনটো সকলোতকে-উপযুক্ত দিন মনা যায়..।
৫/সোমবাৰৰ ব্ৰট তথা-উপাসনা-
সূৰ্য্য উদয়হোৱাৰপৰা-সূৰ্য্য অস্ত্র যোৱালৈকে
ৰখা হয়..
৬/ভক্তসকলে সোমবাৰৰ দিনটো..
মহাদেৱ আৰু মাতা পাৰ্ৱতীৰ পূজা-অৰ্চনা কৰিবলৈ ভাল পায়..
৭/শাওণ মাহত সোমবাৰৰ দিনটো ব্ৰট ৰাখিলে
শুভ বুলি মনা যায়..।
৮/সোমবাৰে ব্ৰট ৰাখিলে এনেদৰে মনা হয় যে-
সোমবাৰে ব্ৰট ৰখাজনৰ সকলো-ইচ্ছা পূৰ্ণ হয়..
আৰু সৎবুদ্ধিৰ প্ৰাপ্তি হয়… ( Religious Studies )
৯/অবিবাহিতসকলে সোমবাৰে ব্ৰট ৰাখিলে-
আদৰ্শ বৰ পাবলৈ-সোমবাৰৰ বৰ প্ৰসিদ্ধ…
১০/সোমবাৰৰ ব্ৰট’ৰ লগত-জড়িত বহুতো কাহিনী প্ৰসিদ্ধ আছে…. তাৰে ভিতৰত এটা…
এসময়ত এজন দুখীয়া ব্ৰাহ্মণ আছিল..
সেই দুখীয়া ব্ৰাহ্মণজনে সকলো নিয়ম-নীতিৰে
সোমবাৰৰ ব্ৰট পালন কৰি-মহাদেৱক সন্তষ্ট কৰি
অসীম ধনৰ অধিকাৰী হল..
এনেদৰে সোমবাৰৰ ব্ৰট পালন কৰিলে..
মহাদেৱৰ কৃপা দৃষ্টি সকলোৰে ওপৰত থাকিব..