সোমবাৰৰ ব্ৰত ৰাখিলে কি কি সুফল পোৱা যায়

1 min read

১/সোমবাৰৰ দিনা যি ব্ৰট ৰখা হয়..
সেয়া-মহাদেৱ শিৱক অৰ্পণ কৰা হয়৷.. ( Religious Studies )

২/ভগৱান শিৱ জ্ঞানৰ লৌকিক হয়.. আৰু

মহাদেৱেই ব্ৰহ্মাণ্ডৰ সকলো বেয়া কাৰ্য্য নাশ কৰে..

৩/সোমবাৰৰ দিনা মহাদেৱৰ উপাসনা কৰিলে-

মহাদেৱ প্ৰসন্ন হয় আৰু মনোবাঞ্চিত বৰ্দান দিয়ে.।

৪/নতুন ঘৰত প্ৰৱেশ তথা..,

বিবাহ সম্বন্ধিয় কথা-তথা-খেলৰ লগত জড়িত কামৰ বাবে-সোমবাৰৰ দিনটো সকলোতকে-উপযুক্ত দিন মনা যায়..।

৫/সোমবাৰৰ ব্ৰট তথা-উপাসনা-

সূৰ্য্য উদয়হোৱাৰপৰা-সূৰ্য্য অস্ত্র যোৱালৈকে

ৰখা হয়..

৬/ভক্তসকলে সোমবাৰৰ দিনটো..

মহাদেৱ আৰু মাতা পাৰ্ৱতীৰ পূজা-অৰ্চনা কৰিবলৈ ভাল পায়..

৭/শাওণ মাহত সোমবাৰৰ দিনটো ব্ৰট ৰাখিলে

শুভ বুলি মনা যায়..।

৮/সোমবাৰে ব্ৰট ৰাখিলে এনেদৰে মনা হয় যে-

সোমবাৰে ব্ৰট ৰখাজনৰ সকলো-ইচ্ছা পূৰ্ণ হয়..

আৰু সৎবুদ্ধিৰ প্ৰাপ্তি হয়… ( Religious Studies )

৯/অবিবাহিতসকলে সোমবাৰে ব্ৰট ৰাখিলে-
আদৰ্শ বৰ পাবলৈ-সোমবাৰৰ বৰ প্ৰসিদ্ধ…

১০/সোমবাৰৰ ব্ৰট’ৰ লগত-জড়িত বহুতো কাহিনী প্ৰসিদ্ধ আছে…. তাৰে ভিতৰত এটা…

এসময়ত এজন দুখীয়া ব্ৰাহ্মণ আছিল..

সেই দুখীয়া ব্ৰাহ্মণজনে সকলো নিয়ম-নীতিৰে

সোমবাৰৰ ব্ৰট পালন কৰি-মহাদেৱক সন্তষ্ট কৰি

অসীম ধনৰ অধিকাৰী হল..

এনেদৰে সোমবাৰৰ ব্ৰট পালন কৰিলে..

মহাদেৱৰ কৃপা দৃষ্টি সকলোৰে ওপৰত থাকিব..

You May Also Like

More From Author