🔷 কাৰিকৰী শিক্ষানুষ্ঠানত অসমৰ ৬জনগোষ্ঠীৰ বাবে সংৰক্ষণ হ’ব আসন।
🔷 তাই আহোমৰ বাবে ১৬৪, চুতিয়াৰ বাবে ১৪৭, মৰাণৰ বাবে ১৩১, মটকৰ বাবে ১৩১ আৰু কোচ ৰাজবংশীৰ বাবে সংৰক্ষিত হ’ব ২১৩খন আসন ।
🔷 ইতিমধ্যে চাহ বাগিচাৰ বাবে সংৰক্ষণ কৰা হৈছে আসন।
🔷 ১ নৱেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যত অনুষ্ঠিত হ’ব খেল মহাৰণ। খেল মহাৰণৰ বাবে ধন আৱণ্টন ৰাজ্যিক কেবিনেটৰ।