জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত জম্মুৰ পৰা শ্ৰীনগৰলৈ অমৰনাথ যাত্ৰা স্থগিত। জম্মু-শ্ৰীনগৰ ঘাইপথৰ মাৰাং ৰাম্বান অঞ্চলত ভূমিস্খলন। ৪৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ জম্মু-কাশ্মীৰৰ ট্ৰেফিক আৰক্ষীৰ।
জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলন,স্থগিত ৰখা হৈছে অমৰনাথ যাত্ৰা
Posted on by GTM Desk
1 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025