হদহদী জলপ্ৰপাতত সন্ধানহীন ৩ যুৱকৰ মৃতদেহ উদ্ধাৰ

1 min read

🔴হদহদী জলপ্ৰপাতত সন্ধানহীন ৩ যুৱকৰ মৃতদেহ উদ্ধাৰ
🔴আৰক্ষী আৰু SDRF বাহিনীৰ ৩ ঘণ্টাযোৰা অভিযানৰ অন্তত উদ্ধাৰ মৃতদেহকেইটা
🔴সমনীয়াৰ সৈতে গা ধুবলৈ যাওঁতে সন্ধানহীন হৈছিল নগাঁৱৰ নীতিন ৰজক, দিনেশ শ্বাহ আৰু ছাদ্দাম নামৰ যুৱককেইজন

You May Also Like

More From Author