🔸পুনৰ বিদেশ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
🔸৪ দিনীয়া ভ্ৰমণসূচীৰে নৰেন্দ্ৰ মোদীৰ দক্ষিণ আফ্ৰিকা, গ্ৰীছলৈ ৰাওনা
🔸জোহান্সবাৰ্গত ১৫সংখ্যক BRICS সন্মিলনত অংশ ল’ব মোদীয়ে
🔸আজিৰে পৰা ২৪ আগষ্ট পৰ্যন্ত অনুষ্ঠিত হ’ব সন্মিলন
পুনৰ বিদেশ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
Posted on by GTM Desk
1 min read