কামৰূপৰ বাইহাটা চাৰিআলিত চাঞ্চল্যকৰ ঘটনা। আলট্ৰা বাছেৰে এটি ৫ বছৰীয়া শিশুক অপহৰণৰ চেষ্টা। AS25AC8221 নম্বৰৰ বাছখনেৰে শিশুটিক অপহৰণৰ চেষ্টা। গুৱাহাটীৰ পৰা তেজপুৰ অভিমুখী আছিল বাছখন। ঘটনাস্থলীৰ পৰা আটক বাছখনৰ হেণ্ডিমেনক। হেণ্ডিমেনজনে তিনিআলি বাইপাছত নমাই দিছিল শিশুটিক। শিশুটিক নমাই। দৌৰি বাছত উঠিবলৈ লওঁতে আটক কৰে ৰাইজে। জালুকবাৰীৰ পৰা শিশুটিক লৈ অনা বুলি জানিব দিয়ে হেণ্ডিমেনজনে। অৱশেষত বাইহাটা চাৰিআলি থানাত চমজাই দিয়ে বাছসহ কৰ্মচাৰীকেইজনক।
চাঞ্চল্যকৰ ঘটনা: আলট্ৰা বাছেৰে এটি ৫ বছৰীয়া শিশুক অপহৰণৰ চেষ্টা
Posted on by GTM Desk
1 min read
You May Also Like
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025
More From Author
সৰস্বতীৰ পূজাৰ দিনাই একেলগে বিহপান কৰিলে প্ৰেমিক-প্ৰেমিকাই!
February 3, 2025
গুৱাহাটীৰ হোটেলত জঘন্য ঘটনা..
February 3, 2025