এজন মুছলমান যুৱকৰ লগত পলাই যোৱাৰ সন্দেহ ৷
ঘটনাটো সংঘটিত হৈছে বৰপথাৰৰ ঔ টেঙানীত ।
৪ বছৰীয়া কন্যা সন্তানসহ পলাই যোৱাৰ সন্দেহ ।
বোৱাৰীগৰাকীৰ নাম কুঞ্জ শইকীয়া (২৪) ।
কোনো ব্যক্তিয়ে সম্ভেদ পালে 6000932137 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ৷