সাতগাঁও আৰক্ষী আৰু ১২৮ নং CRPFৰ এটা দলে সাতগাঁও ৰে’ল লাইনৰ সমীপত অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ চাৰিটাকৈ ড্ৰাগছ সৰবৰাকাৰীক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ জালত পৰা ধৃত ড্ৰাগছ সৰবৰাকাৰীকেইটা পাথৰকুৱাৰীৰ যোগ তিমুং, বৰপেটা কলগাছিয়াৰ নুৰুল ইছলাম ওৰফে বাবুল ,গোৱালপাৰাৰ চফিকুল ইছলাম, সাতগাঁৱৰ দীপ জ্যোতি পাটোৱাৰী। সৰবৰাহকাৰীকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৩৫ গ্ৰাম নিষিদ্ধ ড্ৰাগছ আৰু ৪টাকৈ ম’বাইল ফোন।
সাতগাঁও ৰে’ল লাইনৰ সমীপত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ চাৰিটাকৈ ড্ৰাগছ সৰবৰাকাৰীক আটক
Posted on by GTM Desk
![](https://guwahatitimes.com/wp-content/uploads/2023/08/FB_IMG_1693025094808.jpg)
1 min read
You May Also Like
মহামণ্ডলেশ্বৰ হোৱাৰ বাবে ১০ কোটি টকা দিছিল মমতা কুলকাৰ্নীয়ে?
February 4, 2025
কিয় নিজকে শেষ কৰি দিলে জাগীৰোডৰ সুস্মা দেৱনাথে?
February 4, 2025
মহাপাপ কৰিলে পুত্ৰই! বৃদ্ধ পিতৃ-মাতৃক এৰি থৈ আহিল মহাকুম্ভত..
February 4, 2025
More From Author