পুনৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ

0 min read

🔴পুনৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃতদেহ উদ্ধাৰ
🔴উদ্যানখনৰ ভূঞাপাৰা ৰেঞ্জৰ কালঝাৰ কেম্পৰ সমীপত উদ্ধাৰ এটা মতা গঁ‌ড়ৰ মৃতদেহ
🔴আজি পুৱা বনকৰ্মীয়ে উদ্ধাৰ কৰে গঁড়টোৰ খৰ্গ, দাঁত, নখ আদি
🔴৫ দিন পূৰ্বে স্বাভাৱিকভাৱে মৃত্যু গঁড়টোৰ হোৱা বুলি জানিবলৈ দিয়ে ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰ আৰু চি এইচ ডি সুমন মহাপাত্ৰই

You May Also Like

More From Author