Month: August 2023

শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটি”ৰ নৱম বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফট এণ্ড ক্ৰেডিট কো-অপাৰেটিভ চ’চাইটি”ৰ নৱম বাৰ্ষিক সাধাৰণ সভা সম্পন্ন

নিউজ ব্যুৰ’,নগাঁও,৩১জুলাই :–উত্তৰ-পূব ভাৰতৰ সৰ্ব্ববৃহৎ ধর্মীয়-সামাজিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘই সংঘৰ সকলো সংগীকে আর্থিক দিশত সবল কৰাৰ মূল উদ্দেশ্যে অসম চৰকাৰৰ সমবায় বিভাগৰ দ্বাৰা “অসম ০৩ অফ্ ২০১৪-১৫ তাৰিখ–১১ ফেব্ৰুৱাৰী,২০১৫” নম্বৰত ৰাজ্যিক ভিত্তিত পঞ্জীয়ন লাভ কৰি “শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্রেডিট কো-অপাৰেটিভ চ’চাইটি লিমিটেড” নামেৰে এটা বিত্তীয় অনুষ্ঠানৰ জন্ম

মহাদেৱৰ কৃপা বিছাৰে যদি জানি লওক আজিয়েই…

মহাদেৱৰ কৃপা বিছাৰে যদি জানি লওক আজিয়েই…

পৱিত্ৰ শাওন মাহৰ বিশেষ গুৰুত্ব থকা বুলি, শিৱ পুৰাণত বিশদ ভাৱে বৰ্ণিত আছে। এই মাহ হিন্দু ধৰ্মত অত্যন্ত পৱিত্ৰ মাহ বুলি বিশ্বাস কৰা হয়। কিয়নো এই মাহত শিৱ পূজা কৰা হয় আৰু এই শাওন মাহ শিৱৰ অতি প্ৰিয় মাহ। ( Religious Studies ) আপোনালোকে সকলোৱে জানে শিৱ সৰ্ৱশক্তিমান আৰু শিৱক

মেঘালয়ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে অসমৰ যুৱকক

মেঘালয়ত দুৰ্বৃত্তই নৃশংসভাৱে হত্যা কৰিলে অসমৰ যুৱকক

পুনৰ বহিঃৰাজ্যত হত্যা অসমৰ যুৱকৰ। যুৱকজন কোকৰাঝাৰ তুলসীবিলৰ কুমগুৰি গাঁৱৰ ৰফিকুল ইছলাম। কামৰ সন্ধানত মেঘালয়লৈ গৈছিল ৰফিকুল ইছলাম। দুৰ্বৃত্তই চোকা অস্ত্রৰে মূৰত আঘাত কৰি পেলাই থৈ যায় ৰফিকুলক। মেঘালয়ৰ ফোৰপাইলাৰ নামৰ ঠাইত সংঘটিত এই হত্যাকাণ্ড। চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু ৰফিকুল ইছলামৰ। ঘটনা সন্দৰ্ভত চাঞ্চল্য অব্যাহত। সোমবাৰে পোহৰলৈ আহে এই ঘটনা।

ভৱেশ কলিতা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে চিণ্ডিকেটৰ সৈতে জড়িতঃ অখিল গগৈ

ভৱেশ কলিতা প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে চিণ্ডিকেটৰ সৈতে জড়িতঃ অখিল গগৈ

ইজনৰ পিছত সিজনকৈ বিজেপি নেতা-পালিনেতাৰ নাম সাঙোৰ খাই পৰিছে ভিন্ন কেলেংকাৰী আৰু দুৰ্নীতিত। আদৰ্শবান দল বুলি পৰিচিত বিজেপিত যেন এতিয়া দুৰ্নীতি-কেলেংকাৰীত জড়িতসকলৰ অঘোষিত প্রতিযোগিতা। আৰু শেহতীয়াকৈ চুপাৰি ছিণ্ডিকেটত নাম জড়িত হৈ পৰিছে খোদ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক বুলি পৰিচিত জিতু দাসৰ৷ ইয়াৰ লগে লগেই গেৰুৱা শিবিৰৰ ওপৰত