মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৰা মন্তব্য আৰু অপমানৰ বিষয়ে অমিত শ্বাহক অৱগত কৰিলে বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোঁহায়ে ৫ দিন দিল্লীত বাহৰ পতাৰ অন্তত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সাক্ষাত দিয়ে নগাঁৱৰ
Month: August 2023
অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডত সন্ধানহীন কাকপথাৰৰ তিনিজন লোক। নদীত সন্ধানহীন ব্যৱসায়ী মনোজ শ্বাহ, পত্নী সুভা শ্বাহ আৰু মাতৃ লীলাৱতী দেৱী। পুৱা পৰশুৰাম কুণ্ড দৰ্শনৰ বাবে গৈছিল পৰিয়ালটো। একেটা পৰিয়ালৰ ৩
🔷 নগাঁও জিলাৰ কঠীয়াতলীৰ নেতাজী সুভাষচন্দ্ৰ বসু আৱাসিক বিদ্যালয়ৰ ঘটনা। 🔷 সন্ধানহীন নগাঁও খৃীষ্টানবস্তীৰ প্ৰাচুৰ্য পালিত বৰা (১৪) আৰু লুটুমাৰী গাঁওৰ মানব বড়ো (১৩)। 🔷 বিগত ১৯ আগষ্টৰ পৰা সন্ধান
ISRO ৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে অহা 26 আগষ্ট, শনিবাৰে বেংগালুৰুত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ কেন্দ্ৰীয় মন্ত্ৰী শোভাকাৰান্দলাজে জানিবলৈ দিয়ে এই কথা ৷ অৱশ্যে এতিয়ালৈ প্ৰধানমন্ত্ৰী মোদীৰ আগমনৰ
১০ আগষ্ট বৃহস্পতিবাৰে গুৱাহাটী আমিনগাঁও কালাপাহাৰস্থিত ভাৰাঘৰৰ পৰা বিলাসীপাৰাৰ মাকৰ ঘৰলৈ গৈ থকা অৱস্থাৰ পৰা নিৰুদ্দেশ নমিতা ৰায়(২৫)। মহিলাগৰাকীক সন্ধান পালে 8472845657 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ পৰিয়ালৰ লোকৰ।