Month: August 2023

যুৱতীক প্ৰতাৰণা কৰি ৰঙাঘৰৰ আলহী হল ধমধমাৰ অপুমণি

যুৱতীক প্ৰতাৰণা কৰি ৰঙাঘৰৰ আলহী হল ধমধমাৰ অপুমণি

যুৱতীক প্ৰতাৰণা কৰাৰ অভিযোগত ধমধমাৰ এজন যুৱক গ্ৰেপ্তাৰ হবলগীয়া হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ যুৱতীক প্ৰতাৰণা কৰাৰ অভিযোগত কালি ধমধমাৰ প্ৰাক্তন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নেতা অপুমনি ডেকাক আৰক্ষীয়ে