ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰিছে ফটো কেইখন । চন্দ্ৰপৃষ্ঠত প্ৰত্যাশিত ছফ্ট লেণ্ডিঙৰ দুদিন পূৰ্বে এই ফটোবোৰ উন্মোচন কৰা হৈছে। ইয়াৰ লগে লগে বিশ্বজুৰি বৈজ্ঞানিক মহলত ব্যাপক কৌতূহলৰ সৃষ্টি হৈছে ।লেণ্ডাৰ হেজাৰ্ড ডিটেকশন এণ্ড এডভাইডেন্স কেমেৰা (এলএইচডিএচি)ৰ জৰিয়তে লাভ কৰা ছবিবোৰে চন্দ্ৰৰ দূৰৰ এলেকাৰ এক স্পষ্ট আভাস প্ৰদান কৰিছে ।
Month: August 2023
🔵ভূতনাথৰ পৰা গ্ৰেপ্তাৰ চোৰ আইনুল ইছলামক 🔵চোৰটোৰ পৰা জব্দ ৬টাকৈ চুৰি ম’বাইল 🔵দীৰ্ঘদিনে হাতীগাঁৱত সন্ত্ৰাস চলাইছিল আইনুলে
🔵 বৃহৎ চাহ গোষ্ঠী জৰ্জ উলিয়ামচন মেগৰ কোম্পানীৰ প্ৰতীক আছিল এই ঘৰচীয়া হাতীটো। 🔵 পোৱালি অৱস্থাতে ৩০/৪০ দশকত দিকৰাইৰ পৰা বৰগাং চাহ বাগিচালৈ আনিছিল বিজুলী প্ৰসাদক। 🔵 শেহতীয়াকৈ বিজুলী প্ৰসাদ আছিল বিহালী চাহ বাগিচাত।
🔷 শিক্ষকে পিন্ধিব লাগিব FORMAL DRESS 🔷 শিক্ষকৰ বাবে ধাৰ্য ফৰ্মেল ছাৰ্ট-পেণ্ট, ধূতি-পায়জামা 🔷 শিক্ষকে পিন্ধিব নোৱাৰিব CASUAL DRESS 🔷 পিন্ধিব নোৱাৰিব জিনছ, টি-ছাৰ্ট, প’ল’ আদি 🔷 শিক্ষয়িত্ৰীয়েও পিন্ধিব লাগিব মাৰ্জিত পোছাক 🔷 পিন্ধিব লাগিব মেখেলা-চাদৰ, শাড়ী আৰু চুৰিদাৰ-কামিজ 🔷 পিন্ধিব নোৱাৰিব জিনছ, টি-ছাৰ্ট, লেগিঙছ আদি 🔷 শিক্ষক-শিক্ষয়িত্ৰী উভয়ে উগ্ৰ
গুৰুতৰভাৱে আহত দুয়োজন শ্ৰমিক। সোমবাৰে সংঘটিত হৈছে এই ঘটনা। কৰ্মৰত অৱস্থাতে বিদ্যুৎস্পৃষ্ট হয় দুয়োগৰাকী শ্ৰমিক। অতি সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্রেৰণ কৰা হয় দুয়োকে। শ্ৰমিক দুজন মোছা আলম আৰু নবী হুছেইন।