নিউজ ব্যুৰ’,নগাঁও,২০আগষ্ট:–নগাঁও ছোৱালী মহাবিদ্যালয় আৰু ভিউফাইণ্ডাৰৰ যুটীয়া উদ্যোগত শনিবাৰে বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন কৰা হয়। এই উপলক্ষে মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত নিমন্ত্ৰিত অতিথি ৰূপে নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কুলেন চন্দ্ৰ দাসৰ লগতে গুৱাহাটীৰ চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট চিত্ৰশিল্পী অতুল চন্দ্ৰ বৰুৱা,দিল্লী ললিত কলা অকাডেমী আৰু
Month: August 2023
বঙহৰ বিৰুদ্ধে বঙহৰ যুজ ।একে জনগোষ্ঠীৰ দুই ছাত্ৰ সংগঠৰ মাজত তীব্ৰ সংঘাত। ৰাজপথত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা(আছা)ৰ সভাপতি প্ৰদীপ নাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা(আটছা)ৰ । আটছাই গংগা স্নান কৰালে আছাৰ সভাপতি প্ৰদীপ নাগৰৰ প্ৰতিমূৰ্তিক । ওদালগুৰি জিলাৰ ওৰাঙৰ ৰাজপথত প্ৰায় এক কিলোমিটাৰ পথ চুচোৰাই
শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাৰ বাবে নিজৰ লিভ-ইন-পাৰ্টনাৰক স্ক্ৰু ড্ৰাইভাৰেৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে উত্তৰ প্ৰদেশৰ এজন ব্যক্তিৰ বিৰুদ্ধে। অভিযুক্ত আৰু ভুক্তভোগী দুয়োজনেই বিবাহিত আৰু পৰকীয়া প্ৰেমৰ সম্পৰ্কত আছিল বুলি জানিব পৰা গৈছে। গুৰুগ্ৰামৰ হাৰিয়ানাত সংঘটিত হোৱা এই ঘটনাৰ পিছতে শুকুৰবাৰে ৰাজীৱ চ’ক এলেকাৰ পৰা অভিযুক্ত শিৱম কুমাৰক
সুন্দৰী দেখিলেই সৌন্দৰ্যত মুগ্ধ হৈ ভুল নাযাব। বিপদত পৰিব পাৰে আপুনি। বিশেষকৈ সামাজিক মাধ্যমত কোনো সুন্দৰীৰ সৈতে কথা পাতি অনাকাংক্ষিত বিপদত পৰাৰ পূৰ্বেই সাৱধান হওক আপুনি। মায়ানগৰীৰ এগৰাকী সুন্দৰীৰ কাণ্ডই এতিয়া জোকাৰিছে কেইবাখনো ৰাজ্য। এইগৰাকী সুন্দৰীৰ জালত ভৰি দি ৫০ জনকৈ লোকে হেৰুৱাইছে দিকবিদিক। এগৰাকী মডেলৰ কাহিনী এতিয়া চৰ্চাৰ শীৰ্ষত।
মেষ ৰাশি: আজি মেষ ৰাশিৰ বাবে বিত্তীয় আৰু ব্যৱসায়ৰ ক্ষেত্ৰত লাভজনক দিন হ’ব। আপুনি শৰীৰ আৰু মনত সতেজতা অনুভৱ কৰিব। বন্ধু আৰু আত্মীয়ৰ পৰা উপহাৰ পাব পাৰে। আপুনি এটা অনুষ্ঠানত ভাগ লোৱা বা পৰ্যটনৰ সম্ভাৱনা আছে। বৃষ ৰাশি: আপুনি নিজ কথোপকথনৰ দ্বাৰা আনক আকৰ্ষিত আৰু প্ৰভাৱিত কৰিবলৈ সক্ষম হ’ব। এই