Month: August 2023

আৱেগবিহ্বল বলীউড অভিনেত্ৰী মনীষা কৈৰালা; বিবাহৰ পাছৰ পৰিস্থিতি সুঁৱৰিলে মনীষাই

আৱেগবিহ্বল বলীউড অভিনেত্ৰী মনীষা কৈৰালা; বিবাহৰ পাছৰ পৰিস্থিতি সুঁৱৰিলে মনীষাই

বলীউডৰ অন্যতম আইকনিক অভিনেত্ৰী মনীষা কৈৰালাৰ অভিনয় সদায় সকলোৰে মাজত সমাদৃত৷ অৱশ্যে কেৰিয়াৰৰ শিখৰত যোৱাৰ সময়তে মনীষাৰ ব্যক্তিগত জীৱনটো মানসিক অশান্তিৰে জুৰুলা হৈ পৰিছিল। ১৯৪২,এ লাভ ষ্ট’ৰী, বম্বে, অগ্নি সাক্ষী, গুপ্ত, দিল ছে আদি চিনেমাৰ বাবে ৫৩ বছৰীয়া অভিনেত্ৰীগৰাকীয়ে অতিশয় প্ৰশংসা লাভ কৰিছিল। মনীষাই হয়তো নিজৰ কামৰ জৰিয়তে লাখ লাখ

হিন্দু ধৰ্মত কৰবী ফুলক কিয় ইমান মহত্ব দিয়া হয়? মা-লক্ষ্মীৰ লগত আছে কৰবী ফুলৰ ডাঙৰ সম্পৰ্ক

হিন্দু ধৰ্মত কৰবী ফুলক কিয় ইমান মহত্ব দিয়া হয়? মা-লক্ষ্মীৰ লগত আছে কৰবী ফুলৰ ডাঙৰ সম্পৰ্ক

আপোনালোক সকলোৱে হয়টো নিশ্চয় জানে কৰবী ফুলৰ বিষয়ে। বগা ,ৰঙা, আৰু হালধীয়া  ৰঙৰ ফুল ভগৱান শিৱৰ প্ৰিয়। এই ফুল কেৱল ভগৱান শিৱৰে প্ৰিয় নহয়, ভগৱান বিষ্ণু আৰু  দেৱী লক্ষ্মীৰো অতি প্ৰিয় ফুল। আপুনি ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিবলৈও এই ফুল পূজাত আগবঢ়াব পাৰে। কৰবী ফুলৰ আছে আন বহুতো বিশ্বাস। ইয়াৰ

আজিৰ ৰাশিফল !আজি কি কি চমকে অপেক্ষা কৰিছে আপোনাৰ বাবে?

আজিৰ ৰাশিফল !আজি কি কি চমকে অপেক্ষা কৰিছে আপোনাৰ বাবে?

মেষ ৰাশি আপুনি আজি নিজৰ উগ্ৰ আচৰণ আৰু জেদ ভাৱৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। পৰিশ্ৰমৰ ফল নোপোৱাৰ ফলত নিৰাশ হ’ব পাৰে। স্বাস্থ্যৰ অৱনতি হোৱাৰ আশংকা আছে। ভ্ৰমণৰ পৰিকল্পনা কৰিছে যদি সময় আপোনাৰ বাবে অনুকূল নহয়। সন্তানক লৈ চিন্তা থাকিব। নভৱা–নিচিন্তাকৈ কোনো কাম নকৰিব। চৰকাৰী কামত সফলতা। বৃষ ৰাশি আজি আপুনি