Month: August 2023

মহানগৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযানঃ ২৮০ লিটাৰ চুলাই মদ জব্দ

মহানগৰীত অবৈধ সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযানঃ ২৮০ লিটাৰ চুলাই মদ জব্দ

আবকাৰী বিভাগৰ কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত গুৱাহাটী সদৰকে ধৰি আটাইকেইটা আবকাৰী চক্ৰ পৰিদৰ্শকৰ কাৰ্যালয়ে বিগত সময়চোৱাত দেশী-বিদেশী অবৈধ সুৰা আৰু চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই আহিছে৷ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাসৰ নিৰ্দেশত গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে পুৱাৰে পৰা বিয়লিলৈ বিৰুবাৰী, পাণবজাৰ, জালুকবাৰী আৰু ৰে’লৱে আবকাৰী চক্ৰৰ চক্ৰ

ডুবাইত সোণ বুটলিলে ৬৫ বছৰীয়া শশী খাউণ্ডে

ডুবাইত সোণ বুটলিলে ৬৫ বছৰীয়া শশী খাউণ্ডে

সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেছন আৰু ইণ্ডোশ্ৰী সংস্থাই ডুবাইত অনুষ্ঠিত কৰা এছ বি কে এফ অষ্টম আন্তৰাষ্ট্ৰীয় ক্ৰীড়া ২০২৩ প্ৰতিযোগিতাত লখিমপুৰ নগৰৰ ৬৫ বছৰীয়া মহিলা খেলুৱৈ শশী খাউণ্ডে বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি তিনিটাকৈ সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয়৷ ১ আগষ্টৰ পৰা ৬আগষ্টলৈ অনুষ্ঠিত এই ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতৰ হৈ সদৌ অসম

ইতিহাস ৰচি ‘শ্ৰীৰঘুপতি’য়ে বৰ্তমানলৈ কালেকচন কৰিলে ১৩.৮১ কোটি টকা

ইতিহাস ৰচি ‘শ্ৰীৰঘুপতি’য়ে বৰ্তমানলৈ কালেকচন কৰিলে ১৩.৮১ কোটি টকা

অভিনেতা ৰবি শৰ্মাৰ বহুচৰ্চিত ছবি ‘শ্ৰীৰঘুপতি’য়ে পূৰ্বৰ বহু অভিলেখ ভংগ কৰিলে। ইতিহাস ৰচি ছবিখনে বক্স অফিচ বৰ্তমানলৈ ১৩.৮১ কোটি টকা কালেকচন কৰিবলৈ সক্ষম হৈছে। লগতে, বিগত ১০ সপ্তাহ ধৰি ছবিগৃহত এই চলচ্চিত্ৰখন চলিছে। ৫ জুনত মুক্তি লাভ কৰা চলচ্চিত্ৰখনৰ জনপ্ৰিয়তাৰ প্ৰমাণ ইয়াৰ বক্স অফিচৰ কালেকচনৰ পৰা পোৱা গৈছে। এই ছবিখন

মুকলি হ’ল আমিনগাঁওস্থিত বেডমিণ্টন ষ্টেডিয়াম

মুকলি হ’ল আমিনগাঁওস্থিত বেডমিণ্টন ষ্টেডিয়াম

🔘 ষ্টেডিয়াম মুকলি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 🔘 উপস্থিত দেশৰ কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ 🔘 ৪০ হাজাৰ বৰ্গফুট পৰিসৰৰ প্ৰথমটো বেডমিণ্টন কেন্দ্ৰ 🔘 ভাৰতৰ ভিতৰত সৰ্ববৃহৎ ষ্টেডিয়ামখনত আছে ১৬খন ক’ৰ্ট 🔘 ৩,৫০০ দৰ্শক বহিব পৰাকৈ আছে গেলেৰী 🔘 ৬৪ খেলুৱৈ, ২০ প্ৰশিক্ষক থাকিব পৰাকৈ আছে আৱাসগৃহ

সলনি হ’ল ১৯টা বিধানসভা

সলনি হ’ল ১৯টা বিধানসভা

প্রকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা। শুকুৰবাৰে নিৰ্বাচন আয়োগে প্রকাশ কৰা সমষ্টি নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত সলনি হ’ল ১৯টা বিধানসভা সমষ্টিৰ লগতে ১টা লোকসভা সমষ্টিৰ নাম। সেই অনুসৰি পূৰ্বৰ মানকাচৰ সমষ্টিৰ নতুন নাম হ’ব বীৰসিং জাৰোৱা, পূৰ্বৰ দক্ষিণ শালমাৰা সমষ্টিৰ নাম হ’ব মানকাচৰ, পূৰ্বৰ মাণিকপুৰ সমষ্টিৰ নাম হ’ব সৃজনগ্রাম, পূৰ্বৰ