বৰঝাৰস্থ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত:ৰাষ্ট্ৰীয় বিমান বন্দৰত আটক নাইজেৰিয়ান মহিলা ৷ উদ্থাপিত অভিযোগ অনুসৰি জাদী মিকালে নামৰ নাইজেৰিয়ান মহিলা গৰাকীয়ে ভুৱা ভিছাৰে প্ৰৱেশ কৰিছিল ভাৰতত ৷ বুধবাৰে নিশা এয়াৰ এছিয়া বিমানেৰে নতুন দিল্লীৰ পৰা বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত উপস্থিত হয় । কিন্ত ইতিমধ্যে এই বিষয়ে বিমানবন্দৰ কৰ্তৃপক্ষই তথ্য
Month: August 2023
মহানগৰীৰ খানাপাৰত শুক্ৰবাৰে পুৱাই উদ্ধাৰ হয় এটি মৃতদেহ। এজোপা গছত ওলমি থকা মৃতদেহটো টেট শিক্ষক প্ৰণৱ মিলিৰ বুলি চিনাক্ত হৈছে। মিলিৰ পকেটত উদ্ধাৰ হয় এখন ছুইচাইড নোট ৷ টেট শিক্ষক গৰাকীয়ে শিক্ষকতা কৰে ধুবুৰী জিলাৰ মানকাচাৰত ৷ ঘটনাৰ খবৰ পোৱাৰ পাছত আৰক্ষী উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ গছৰ পৰা নমাই
তৰোৱালেৰে ঘপিয়াই যুৱকক হত্যা,মহানগৰীত লোমহৰ্ষক হত্যাকাণ্ড। ২৩ বছৰীয়া যুৱকৰ হাতত প্ৰান গ’ল স্কুলীয়া ছাত্ৰৰ। টকাৰ লেনদেনৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ড,সাত লাখ টকা মুক্তিপণ দাবী। গুৱাহাটী মহানগৰত পুনৰ ভয়ংকৰ ঘটনা । মহানগৰীৰ বোন্দা আমচিং অঞ্চলত এজন ১৫ বছৰীয়া যুৱকক তৰোৱালেৰে ঘপিয়াই হত্যা কৰা হৈছে । বুধবাৰে অৰ্থাত ৯ আগষ্টত সংঘটিত
“বিগত সকলো অভিলেখ ভংগ কৰি ২০২৪ চনত পুনৰ শাসনলৈ উভতি আহিব বিজেপি।” প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত ভাষণৰ আৰম্ভণিতে বিৰোধীৰ অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰ দি এনে দাবী কৰে। ২০১৮ চনত বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ উদাহৰণ দি তেওঁ দাবী কৰে যে বিৰোধীৰ অনাস্থা প্ৰস্তাৱটো আচলতে বিজেপি আৰু NDA ৰ বাবে ভাল। বিৰোধীক উদ্দেশ্য
গুৱাহাটীত কালি সংঘটিত ছাত্ৰ হত্যাৰ লোমহৰ্ষক অপৰাধৰ বিষয়ে আজি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সংবাদমেল সম্বোধন কৰে। উল্লেখ্য, ভেটাপাৰাৰ মহৰ্ষি বিদ্যামন্দিৰৰ দশম শ্ৰেণীৰ ছাত্ৰ নীতেশ কুমাৰক হত্যা কৰি বোন্দাত পেলাই থৈছিল অভিযুক্ত অভিষেক বৰুৱাই। বৰুৱাই দিয়া স্বীকাৰোক্তি মৰ্মে অনলাইন গেমৰ জৰিয়তে চিনাকি হোৱা নীতেশ কুমাৰৰ সৈতে তেওঁৰ ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ