দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মান্দানাই সদায় ইণ্টাৰনেটত ঢৌ তুলি আহিছে, অভিনেত্ৰীগৰাকীৰ বিবাহৰ পৰা প্ৰেমলৈ, চৰ্চাৰ কোনো অন্ত নাই। অভিনেত্ৰীগৰাকীয়ে দক্ষিণ উদ্যোগ এৰি বলীউডত আত্মপ্ৰকাশ কৰিছে আৰু অনুৰাগীসকলে সন্দীপ ৰেড্ডীৰ একচন-থ্ৰিলাৰ এনিমেলৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে। শেহতীয়াকৈ, ৰশ্মিকাই টাইগাৰ শ্ৰফৰ সৈতে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল য’ত অভিনেত্ৰীগৰাকীৰ বিবাহ আৰু সম্পৰ্কৰ
Month: August 2023
শুনিয়ো হৃদয় হেৰ ব্ৰহ্মাণ্ড ভিতৰে যত বস্তু আছে তোক নোজোৰয় ৷ তাক তেজি কৃষ্ণ নাম অক্ষয় অমৃত পিয়া সন্তোষক লভিয়ো হৃদয় ৷৷ অৰ্থাৎ , সকলো ভোগ্য বস্তু লাভৰ আকাংক্ষা ত্যাগ কৰি কৃষ্ণ নাম অমৃত পান কৰা, ৷ কৃষ্ণ নামৰ বাহিৰে জগতৰ সকলো বস্তু অনিত্য,বিনাশী ৷ধন ঐশ্বৰ্য্য সংগ্ৰহ কৰা আৰু ইয়াক
আকাশ ট্ৰেইনৰ ছিটত নিৰ্জীৱ মূৰ্তিৰ দৰে বহি আছে। তাৰ এই ২০ ঘণ্টাৰ যাত্ৰাত সি কাৰো লগত কথা পতা নাছিল( Storyboard )। আকাশে যেতিয়া ষ্টেচনত নামিলে তাৰ চকু প্ৰথমে ৱালত লাগি থকা দিছপ্লে বৰ্ডত পৰিল, যত সৰু সৰু ৰঙা লাইটেৰে লিখা আছিল – …..দিল্লীলৈ আপোনাৰ স্বাগতম…. দীঘল উষাহ এটা টানি লৈ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ভাষণত ৰাহুল গান্ধীৰ একাধিক আক্ৰমণৰ প্ৰতি সঁহাৰিৰ বিষয়ে স্পষ্ট কৰি দিয়ে অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ সময়ত। প্ৰধানমন্ত্ৰীয়ে ৰাহুল গান্ধীক কটাক্ষ কৰি ৰামায়ণৰ বিষয়টো উত্থাপন কৰিছিল। মোদীয়ে কয়, “হনুমানে লংকা দহন কৰা নাছিল, অহংকাৰে লংকা দহন কৰিছিল। আপুনিও অহংকাৰৰ বাবে ৪০০ৰ পৰা ৪০লৈ নামি আহিল। পূৰ্বতে আপুনি প্ৰধানমন্ত্ৰীৰ
দৰিদ্ৰতাৰ সুযোগ লৈ কোকৰাঝাৰত দুই ৰাজমিস্ত্ৰীয়ে দুগৰাকী যুৱতীৰ সতে বলপূৰ্বক যৌন সম্পৰ্ক কৰা ঘটনা ফাদিল হোৱাত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে । দুই ৰাজমিস্ত্ৰীয়ে হাজিৰা কাম দিম বুলি দুই যুৱতীক ডিব্ৰুগড়লৈ নি ১৫ টা দিন ধৰি যৌন নিৰ্যাতন কৰি দুই যুৱতীৰ জীৱনলৈ অমানিশা নমাই আনিছে। লক্ষণীয়ভাৱে ইয়াৰে এগৰাকী যুৱতী নাবালিকা বুলি