Month: August 2023

গুজৰাটৰ পৰা মেঘালয়লৈ হ’ব ভাৰত জোড়োৰ দ্বিতীয় অভিযান

গুজৰাটৰ পৰা মেঘালয়লৈ হ’ব ভাৰত জোড়োৰ দ্বিতীয় অভিযান

কংগ্ৰেছ নেতা তথা সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত গুজৰাটৰ পৰা মেঘালয়লৈ আৰম্ভ কৰিব ভাৰত জোড়ো যাত্ৰাৰ দ্বিতীয় পৰ্বৰ অভিযান। মহাৰাষ্ট্ৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি নান পেটেলে সংবাদমেলযোগে ভাৰত জোড়ো সন্দৰ্ভত এই কথা প্ৰকাশ কৰে। গুজৰাটৰ পৰা মেঘালয়লৈ চলিব লগা এই যাত্ৰাৰ সময়ছোৱাতে মহাৰাষ্ট্ৰ সামৰি আন এক পদযাত্ৰা চলাব কংগ্ৰেছে। এই কাৰ্যসূচীতো সাংসদ

চাৰিওফালে কনজাংটিভাইটিছ! সহজ উপায়েৰে নিজকে ৰক্ষা কৰক এই ৰোগৰ পৰা

চাৰিওফালে কনজাংটিভাইটিছ! সহজ উপায়েৰে নিজকে ৰক্ষা কৰক এই ৰোগৰ পৰা

দ্ৰুতগতিত বিয়পিছে কনজাংটিভাইটিছ। এই ৰোগৰ পৰা কেনেকৈ নিজকে সুস্থ কৰি ৰাখিব? কিদৰে ভালে ৰাখিব নিজৰ দুই চকু? মানিব লাগিব কিছুমান সহজ নিয়ম। জানক চকু বিশেষজ্ঞসকলে কি কৈছে। চকু বিশেষজ্ঞ নীৰজ সন্দুজাই কৈছে, কিছু সহজ নিয়ম মানিলেই কনজাংটিভাইটিছ ৰোগৰ পৰা ৰখা কৰিব পাৰিব নিজৰ চকু। মানি লাগিব এই সাধাৰণ স্বাস্থ্য বিধি।

লোমহৰ্ষক! নৱম শ্ৰেণীৰ ছাত্ৰক হত্যা কৰিলে এজন পদপথৰ দোকানীয়ে

লোমহৰ্ষক! নৱম শ্ৰেণীৰ ছাত্ৰক হত্যা কৰিলে এজন পদপথৰ দোকানীয়ে

অপৰাধৰ নগৰীত পৰিণত হৈছে গুৱাহাটী মহানগৰী। দিনক দিনে ক্ৰমাৎ বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। চেইন চুৰি, ম’বাইল চুৰি, হত্যাকাণ্ডৰ দৰে ঘটনা প্ৰতিদিনেই সংঘটিত হৈছে স্মাৰ্ট আৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীত। এইবাৰ এজন দশম শ্ৰেণীৰ ছাত্ৰক অপহৰণ কৰি নৃশংসভাৱে হত্যা কৰিলে দুৰ্বৃত্তই। বেলতলাৰ নীতেশ কুমাৰ নামৰ এজন ছাত্ৰক মঙলবাৰে অপহৰণ কৰিছিল দুৰ্বৃত্তই।