🔴মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে ক্ৰয় ৫খন নতুন ফৰ্চুনাৰ🔴মুখ্যমন্ত্ৰীৰ কনভয়ত ব্যৱহাৰ হ’ব নতুন বাহনকেইখন🔴পূৰ্বে দিল্লীত মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে আছিল দুখন ফৰ্চুনাৰ🔴এতিয়াৰে পৰা দিল্লীত মুখ্যমন্ত্ৰীৰ কনভয়ত ব্যৱহাৰ হ’ব ৫খন ফৰ্চুনাৰ🔴এখন ফৰ্চুনাৰ টপ মডেল বাহনৰ দাম প্ৰায় ৫০ লাখ টকা
Month: August 2023
🔴 “অসমৰ ৭ জিলাত ১ লাখ একৰ ভূমিত ৯ খন নাৰ্ছাৰীত উৎপাদিত হ’ব তৈল খেজুৰ” 🔴 “অহা ৪ – ৫ বছৰৰ ভিতৰত ১ হাজাৰ কোটি টকা কৃষকে লাভান্বিত হ’ব” 🔴 ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উপস্থিত হৈ তৈল খেজুৰ প্লাণ্টৰ সম্পৰ্কত মন্তব্য বাবা ৰামদেৱৰ।
গুজৰাটৰ পৰা মেঘালয়লৈ হ’ব ‘ভাৰত জোড়ো’ৰ দ্বিতীয় সংস্কৰণ 🔷 মহাৰাষ্ট্ৰ কংগ্ৰেছৰ মুৰব্বী নানা পোটেলে জনাইছে এই কথা 🔷 বৰ্তমানলৈ নিৰ্ধাৰণ হোৱা নাই ভাৰত জোড়ো যাত্ৰাৰ সময়সূচী
জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথত ভূমিস্খলনৰ ফলত জম্মুৰ পৰা শ্ৰীনগৰলৈ অমৰনাথ যাত্ৰা স্থগিত। জম্মু-শ্ৰীনগৰ ঘাইপথৰ মাৰাং ৰাম্বান অঞ্চলত ভূমিস্খলন। ৪৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ জম্মু-কাশ্মীৰৰ ট্ৰেফিক আৰক্ষীৰ।
২০১৪ত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে কলিয়াবৰৰ পৰা সাংসদ ৰূপে নিৰ্বাচিত হোৱা কংগ্ৰেছৰ লোকসভাৰ উপ-দলপতি গৌৰৱ গগৈয়ে সংসদৰ অনাস্থা প্ৰস্তাৱত বলিষ্ঠ ভাষণেৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। মণিপুৰক লৈ বিৰোধীয়ে অনা অনাস্থা প্ৰস্তাৱৰ সময়ছোৱাত সদনত সাংসদগৰাকীৰ বলিষ্ঠ কণ্ঠই ব্যাপক চৰ্চা লাভ কৰিছে অসমৰ সামাজিক মাধ্যমত। বিষয়টোৰ বাবে লাভ কৰা মাত্ৰ ডেৰ ঘণ্টা সময়তে