Month: August 2023

অৱশেষত নগাৰ কবলৰ পৰা উদ্ধাৰ হ’ল মেৰাপানীৰ তৰাণি ইন্দ্ৰপুৰৰ পৰা অপহৃত যুৱক বাবু গগৈ

অৱশেষত নগাৰ কবলৰ পৰা উদ্ধাৰ হ’ল মেৰাপানীৰ তৰাণি ইন্দ্ৰপুৰৰ পৰা অপহৃত যুৱক বাবু গগৈ

মঙ্গলবাৰে বিয়লি নিজৰ পোহনীয়া পশুধন বিছাৰিবলৈ গৈ চুবুৰীয়াৰে নগালোকেৰে তৰ্কতৰ্কিত লিপ্ত হৈছিল বাবু গগৈ । কিয়নো হেৰুৱা পশুধন কেইটা নগালোকে ধৰি নিয়াৰ তথ্য লাভ কৰিছিল বাবু গগৈয়ে । ইয়াৰ পাছতে নাগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষী মাতি আনি ঘৰৰ সমীপৰ পৰা মাৰপিট কৰি বলপূৰ্বক গাড়ীত উঠাই অজ্ঞাত স্থানলৈ লৈ গৈছিল বাবু গগৈক ।

বিহালীত আপকুৰ প্ৰতিষ্ঠাপক সভাপতি সমাজহিতৈষী ভৱেশ শইকীয়াৰ শ্ৰদ্ধাঞ্জলি ও স্মৃতিচাৰণ অনুষ্ঠান

বিহালীত আপকুৰ প্ৰতিষ্ঠাপক সভাপতি সমাজহিতৈষী ভৱেশ শইকীয়াৰ শ্ৰদ্ধাঞ্জলি ও স্মৃতিচাৰণ অনুষ্ঠান

আজি বিহালীত বিশ্বনাথ জিলা আপকুৰ বিহালী বিধানসভা সমষ্টিৰ বিষয়ববীয়া সকলৰ উদ্যোগত আসাম প্ৰেছ কৰেছপণ্ডেন্টট ইউনিয়ন চমুকৈ আপকুৰ প্ৰতিষ্ঠাপক সভাপতি, সমাজহিতৈষী, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনপ্ৰাপ্ত, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত ৰাজ্যৰ অন্যতম জ্যেষ্ঠ সাংবাদিক ভৱেশ শইকীয়া পৰলোকগামী হোৱা তৃতীয় দিনা তেখেতক স্মৰণ কৰি এক শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ৰূপায়ন কৰা হয়

নগাঁৱত ড্ৰাগছ বিৰোধী অভিযান

নগাঁৱত ড্ৰাগছ বিৰোধী অভিযান

অভিযানত ৩ টা হে’ৰইণ ভৰ্তি চাবোনৰ বাকচ জব্দ। নগাঁৱৰ ফৌজদাৰীপট্টিত নগাঁও নগৰ শাখাৰ নেতৃত্বত চলিছিল এই অভিযান। AS02 AH 0104 নাম্বাৰ এখন হুণ্ডাই ভেনু বাহনৰ পৰা ড্ৰাগছ খিনি জব্দ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তিনি সৰবৰাহকাৰী আটক কৰিছে আৰক্ষীয়ে। আটকাধীন সৰবৰাহকাৰী কেইটা ঈৰ্ষাদ হুছেইন, আব্দুল কায়েম আৰু স্বেৰ জাহান বুলি জানিব

এইবাৰ উৎকোচ লৈ হাত ডাঙিলে গুৱাহাটীৰ কৰ অধীক্ষকৰ কাৰ্যালয়ৰ পৰিদৰ্শক নিৰেণ ভট্টচাৰ্যই

এইবাৰ উৎকোচ লৈ হাত ডাঙিলে গুৱাহাটীৰ কৰ অধীক্ষকৰ কাৰ্যালয়ৰ পৰিদৰ্শক নিৰেণ ভট্টচাৰ্যই

🔴 একেদিনাই উৎকোচ লৈ হাত ডাঙিলে দুজনকৈ ঘোচখোৰ চৰকাৰী কৰ্মচাৰীয়ে। 🔴 এইবাৰ উৎকোচ লৈ হাত ডাঙিলে গুৱাহাটীৰ কৰ অধীক্ষকৰ কাৰ্যালয়ৰ পৰিদৰ্শক নিৰেণ ভট্টচাৰ্যই। 🔴 উৎকোচ গ্ৰহণৰ সময়ত নিৰেণ ভট্টাচাৰ্যক হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।

World Bio Fuel Day 2023 to be observed tomorrow

World Bio Fuel Day 2023 to be observed tomorrow

Guwahati 9 August: Every year World Biofuel Day is observed all around the globe on August 10 to raise awareness of the importance of non-conventional fuel sources as an alternative to the traditional fossil fuels. The day promotes using unconventional fuel sources for sustainable development of the planet. Conventional energy