বহিঃৰাজ্যত কাম কৰিবলৈ গৈ মৃত্যু তিতাবৰ শুকানযানৰ বসন্ত চুতীয়া নামৰ ২০ বছৰীয়া যুৱকজনৰ । যোৱা ২৬ আগষ্টত মৃত্যু হয় যুৱকজনৰ । যুৱকজনে শনিবাৰৰ দিনা জ্বৰ অনুভৱ কৰিছিল দিনৰ ভাগত আৰু
Month: August 2023
অনিৰ্দিষ্টকাললৈ বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা। বহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে এই সিদ্ধান্ত।
অসম জাতীয় পৰিষদক (AJP) ‘ফটুৱা’ দল জুবিন গাৰ্গে (Zubeen Garg) কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দিলে AJPৰ নেতা দুলু আহমেদে (Dulu Ahmed)। এটা ফেচবুক পোষ্টযোগে দুলু আহমেদে জুবিন গাৰ্গৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ
মহানগৰীৰ পাণ্ডুৰ ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজত উত্তপ্ত পৰিস্থিতি মহাবিদ্যালয়খনৰ চৌহদত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ কিছু পলম হ’লেই মহাবিদ্যালয়ত প্ৰৱেশ কৰিব নিদিয়াৰ অভিযোগ ছাত্ৰ-ছাত্ৰীৰ মহাবিদ্যালয়ৰ ছাত্ৰী জিৰণি কোঠাত থকা CCTVক লৈও ক্ষোভ
“ষ্টেণ্ডাৰড মেপ” নামেৰে প্ৰকাশ কৰা এই মানচিত্ৰই এতিয়া দেশত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ। শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ প্ৰাকৃতিক সম্পদ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় মানচিত্ৰ সজাগতা অভিযানৰ প্ৰচাৰৰ অংশ হিচাপে প্ৰকাশ কৰিছে মানচিত্ৰখন।