- মহানগৰীৰ পাণ্ডুৰ ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজত উত্তপ্ত পৰিস্থিতি
- মহাবিদ্যালয়খনৰ চৌহদত ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ
- কিছু পলম হ’লেই মহাবিদ্যালয়ত প্ৰৱেশ কৰিব নিদিয়াৰ অভিযোগ ছাত্ৰ-ছাত্ৰীৰ
- মহাবিদ্যালয়ৰ ছাত্ৰী জিৰণি কোঠাত থকা CCTVক লৈও ক্ষোভ ছাত্ৰীৰ
2023-08-29