ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ

1 min read

ৰঙিয়াত ৰহস্যজনকভাৱে মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ। শিৱ মন্দিৰৰ সমীপৰ এটা অট্টালিকাত উদ্ধাৰ মৃতদেহ দুটা। সম্পূৰ্ণৰূপে উৱলি যোৱা মৃতদেহ দুটা কণিকা আগৰৱাল আৰু পিনু আগৰৱাল বুলি চিনাক্ত। ঘটনাস্থলীত উপস্থিত ৰঙিয়া আৰক্ষী।

You May Also Like

More From Author