Month: September 2023

বেলতলাৰ এটা কল চেন্টাৰত ক্ৰাইম বাঞ্চৰ অভিযান

বেলতলাৰ এটা কল চেন্টাৰত ক্ৰাইম বাঞ্চৰ অভিযান

বেলতলাৰ এটা কল চেন্টাৰত ক্ৰাইম বাঞ্চৰ অভিযান সত্যপুৰ পথৰ ২১ নং ঘৰত আছিল কল চেন্টাৰটো সংবাদমাধ্যমত অবৈধ কল চেন্টাৰৰ খবৰ সম্প্ৰচাৰ হোৱাৰ পিছতে ঘৰৰ গৰাকীয়ে খৱৰ দিছিল আৰক্ষীক বৃহস্পতিবাৰলৈ কাম চলি আছিল কল চেন্টাৰটোত পৰ্যতনৰ কাম বুলি লৈছিল কল চেন্টাৰটো ইতিমধ্যে ক্ৰাইম বাঞ্চে জব্দ কৰিছে চেন্টাৰটো সকলো সামগ্ৰী ৪০ৰো অধিক

মহানগৰবাসীৰ বাবে শীঘ্ৰে মুকলি কৰা হ’ব জু–ৰোড উৰণ সেতু!

মহানগৰবাসীৰ বাবে শীঘ্ৰে মুকলি কৰা হ’ব জু–ৰোড উৰণ সেতু!

পূজাৰ বতৰতে মহানগৰবাসীলৈ মুখ্যমন্ত্ৰীয়ে যাচিব শাৰদীয় উপহাৰ! মহানগৰবাসীৰ বাবে শীঘ্ৰে মুকলি কৰা হ’ব জু–ৰোড উৰণ সেতু। উৰণ সেতুখন ৰং, তুলিকাৰে জিপাল কৰি তুলাত ব্যস্ত শিল্পী, কলা–কুশলীসকল।

মহানগৰীৰ চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতনৰ অন্যতম অভিযুক্ত উৎপলা বসুৰ জামিন আবেদন নাকচ

মহানগৰীৰ চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতনৰ অন্যতম অভিযুক্ত উৎপলা বসুৰ জামিন আবেদন নাকচ

মহানগৰীৰ চিকিৎসক দম্পতীৰ শিশু নিৰ্যাতনৰ অন্যতম অভিযুক্ত উৎপলা বসুৰ জামিন আবেদন নাকচ 🔷 বৃহস্পতিবাৰে উচ্চ ন্যায়ালয়ে সকাহ নিদিলে উৎপলা বসুক 🔷 নিম্ন আদালতৰ তথ্য উচ্চ ন্যায়ালয়ত দাখিলৰ নিৰ্দেশ 🔷 তথ্য লাভৰ পিছতহে জামিনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে 🔷 ১৪ নৱেম্বৰৰ ভিতৰত তথ্য দাখিল কৰিব লাগিব নিম্ন আদালতে