উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ বন বিভাগৰ ২ বিষয়া-কৰ্মী

1 min read

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ বন বিভাগৰ ২ বিষয়া-কৰ্মী।

দুৰ্নীতি নিবাৰকৰ জালত ফৰেষ্টাৰ জিয়াউৰ ইছলাম, শ্বাহবাজ চুলতান।

ধুবুৰীৰ বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ত চলিছিল অভিযান।

You May Also Like

More From Author