চৰকাৰী চাকৰি লাভ কৰি স্বামীক পাহৰিল পত্নীয়ে!

1 min read

পুনৰ চৰকাৰী চাকৰি লাভ কৰি স্বামীক প্ৰতাৰণা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হ’ল এগৰাকী পত্নীৰ বিৰুদ্ধে ৷ এই ঘটনা সংঘটিত হৈছে নগাঁও উৰিয়াগাঁৱৰ এজন দুৰ্ভগীয়া স্বামীৰ ক্ষেত্ৰত ৷ জ্যোতিস্ময় কাকতি নামৰ এই যুৱকজন চাৰি বছৰৰ পূৰ্বে প্ৰেম বিবাহত আৱদ্ধ হৈছিল নগাঁও দক্ষিণপাটৰ এগৰাকী যুৱতীৰ লগত ৷ টেম্পু চলাই বহু কষ্টৰে পত্নী আৰু পিতৃ-মাতৃক পোহপাল দি জীৱন নিৰ্বাহ কৰা জ্যোতিস্ময়ৰ জীৱনৰ সপোনবোৰত যেন হঠাৎ আউল লাগিল ৷ পত্নীয়ে তিনিমাহৰ পূৰ্বে জলসম্পদ বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰূপে চাকৰি লাভ কৰাৰ পিছতে ফাট মেলিল পতি-পত্নীৰ মাজত

You May Also Like

More From Author